Hengul Samanya Kalabhumi

Hengul Samanya Kalabhumi নাঙলৰ ফালেৰে চহোৱা মাটি,সাধনাৰ বলেৰে জীপাল সংস্কৃতি ,এয়া সেউজীয়া সপোনৰ আলাপ,

16/06/2026
18/10/2025

28/06/2025
14/04/2025

সখি ৰহিমলা          উঠে পানী জলাৰিহাৰ আঁচলেৰে ঢাকোঁএবাতি পিৰিতি        সাঁচি মই ৰাখিছোঁকাকেনো উলিয়াই যাচোঁ।
11/03/2025

সখি ৰহিমলা উঠে পানী জলা

ৰিহাৰ আঁচলেৰে ঢাকোঁ

এবাতি পিৰিতি সাঁচি মই ৰাখিছোঁ

কাকেনো উলিয়াই যাচোঁ।

হেঙুল সমন্বয় কলাভূমিৰ বিদ্যালয়তশিক্ষক দিৱস উদযাপন ২০২৪
06/09/2024

হেঙুল সমন্বয় কলাভূমিৰ বিদ্যালয়ত
শিক্ষক দিৱস উদযাপন ২০২৪

https://youtu.be/pSI2dIwoJQ0
29/07/2024

https://youtu.be/pSI2dIwoJQ0

গুৰু বন্দনা নৃত্য Guru Bandana Dancechoreography : Monalisha BoraStaring : Jublee Saiikia, Prerona Dutta, Priyadarshini Saikia, Bedangi Saikia, Princypriya S...

ইচ্ছুক প্ৰাৰ্থীসকলে উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।
26/06/2024

ইচ্ছুক প্ৰাৰ্থীসকলে উল্লেখিত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰী গৌতম কুমাৰ দত্তই সদ্যঘোষিত জৱাহৰলাল নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত সুখ্যাতিৰে ...
07/04/2024

আমাৰ বিদ্যালয়ৰ ছাত্ৰ শ্ৰী গৌতম কুমাৰ দত্তই সদ্যঘোষিত জৱাহৰলাল নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। মৰমৰ ছাত্ৰগৰাকীৰ সফলতাত হেঙুল সমন্বয় কলাভূমিয়ে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। অনাগত দিনত অধিক সফলতা অৰ্জন কৰাৰ কামনাৰে আজি হেঙুল সমন্বয় কলাভূমিয়ে সম্বৰ্ধনা জনোৱা হয়।
তাৰিখ: ০৭/০৪/২০২৪

Address

LAKHIBARI
Jamuguri
785603

Telephone

+919678014755

Website

Alerts

Be the first to know and let us send you an email when Hengul Samanya Kalabhumi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Hengul Samanya Kalabhumi:

Share