Gauhati University Cultural Cell , PGSU

Gauhati University Cultural Cell , PGSU Official page of Gauhati University Cultural Cell under Post Graduate Students' Union

মৃত্যু তিথিত কলাগুৰুজনালৈ প্ৰণিপাত।
20/06/2022

মৃত্যু তিথিত কলাগুৰুজনালৈ প্ৰণিপাত।

29/01/2022

“গুৱাহাটী বিশ্ববিদ্যালয় সাংস্কৃতিক কোষ"ত নতুন সদস্যভুক্তিৰ পৰিকল্পনা কৰা হৈছে। সেয়েহে যিসকল ছাত্ৰ-ছাত্ৰী সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত তথা সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰাৰ বাবে আগ্ৰহী, তেওঁলোকক বিভাগীয় প্ৰতিনিধিসকলৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

অধিক তথ্যৰ বাবে
Disha Sarma-6900382159
Rashmi Kalita-9101142194

ত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ  পবিত্ৰ জন্মতিথিত আমি তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ
08/09/2021

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পবিত্ৰ জন্মতিথিত
আমি তেখেতক শ্ৰদ্ধাৰে সুৱৰিছোঁ

08/09/2021

গুৱাহাটী বিশ্ববিদ্যালয় সাংস্কৃতিক কোষৰ সদস্য জ্ঞান প্ৰতীম শৰ্মাৰ হাতৰ পৰশত প্ৰান পাই উঠা শ্ৰদ্ধাৰ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবি
শিল্পী জনাক শ্ৰদ্ধাৰে সুৱৰিছোঁ

15/08/2021

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক কোষৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনলাইন মাধ্যমৰ জৰিয়তে স্বাধীনতা দিৱসৰ উচ্ছাহ উদ্দীপনাক তুলি ধৰাৰ আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰপৰা সমগ্ৰ দেশবাসীলৈ ৭৫ তম্ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ🙏🇮🇳

02/08/2021

অনলাইন নাট কৰ্মশালাৰ প্ৰডাকচন হিচাপে অংশগ্ৰহনকাৰী সকলৰ দ্বাৰা ঘৰত থাকিয়ে অনলাইন ভাৱে নিৰ্মিত চুটি ছবি

" The Opinions"

Casting - Apurba Kumar Bania , Karismita Devi, Hussain Ahmad , Neha - Pallabi Basumatary , Bhargov Borah , Barasha Das , Iva Rani Bhuyan.

02/08/2021

অনলাইন নাট কৰ্মশালাৰ প্ৰডাকচন হিচাপে অংশগ্ৰহনকাৰী সকলৰ দ্বাৰা ঘৰত থাকিয়ে অনলাইন ভাৱে নিৰ্মিত চুটি ছবি -

" ভ্ৰান্ত "

Casting - Achyut krishna Das , Biswajit boruah , Gayatree kalita , Manisha Deka , Rimjim Buragohain , Bidukhi boruah, Barchilona Deka

02/08/2021

অনলাইন নাট কৰ্মশালাৰ প্ৰডাকচন হিচাপে অংশগ্ৰহনকাৰী সকলৰে ঘৰত থাকিয়ে অনলাইন ভাৱে নিৰ্মিত চুটি ছবি -

" প্ৰিয় কলমটোৰ কাহিনী"

Casting - Charandeep Thakuriya , Alankrita Mahanta , Jonti Das , Rashmirekha Sharma , Kristi Saikia , Nilakshi Chutiya

02/08/2021

অনলাইন নাট কৰ্মশালাৰ প্ৰডাকচন হিচাপে অংশগ্ৰহনকাৰী সকলৰ দ্বাৰা ঘৰত থাকিয়ে অনলাইন ভাৱে নিৰ্মিত চুটি ছবি -

" বৰ্তমানৰ সময়"

Casting - Janmani Bora, Jahnabi Saikiya , Liza Deka , Naina Boro
Akankhya Gautam

02/08/2021

অনলাইন নাট কৰ্মশালাৰ প্ৰডাকচন হিচাপে অংশগ্ৰহনকাৰী সকলৰ দ্বাৰা ঘৰত থাকিয়ে অনলাইন ভাৱে নিৰ্মিত চুটি ছবি -

"অপপ্ৰচাৰ"

Casting - Mayuri Barman ,Puspanjali Barman , Nayana palashi nath , Pompy Das

02/08/2021

অনলাইন নাট কৰ্মশালাৰ প্ৰডাকচন হিচাপে অংশগ্ৰহনকাৰী সকলৰ দ্বাৰা ঘৰত থাকিয়ে অনলাইন ভাৱে নিৰ্মিত চুটি ছবি -

"YOUTH FESTIVAL"

Casting - Madhusmita mahanta, Madhusmita mishra, Anamika thakuria , Trisha risi Borah ,Akashdip , Gargi Smita bharali , Nikita Roy

Address

Jalukbari

Telephone

+916900198900

Website

Alerts

Be the first to know and let us send you an email when Gauhati University Cultural Cell , PGSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Gauhati University Cultural Cell , PGSU:

Share