জখলাবন্ধা মিলন সংঘ

জখলাবন্ধা মিলন সংঘ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from জখলাবন্ধা মিলন সংঘ, Cultural Center, Jakhalabandha.

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏
24/04/2026

সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ 🙏

সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিলোঁ ।
21/04/2026

সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিলোঁ ।

জখলাবন্ধা মিলন সংঘৰ জাতীয় উৎসৱ উদযাপন সমিতিৰ ২০২৬ বৰ্ষৰ ব'হাগী উৎসৱ আয়োজনৰ প্ৰথমখনি আলোচনা সভা ।
05/03/2026

জখলাবন্ধা মিলন সংঘৰ জাতীয় উৎসৱ উদযাপন সমিতিৰ ২০২৬ বৰ্ষৰ ব'হাগী উৎসৱ আয়োজনৰ প্ৰথমখনি আলোচনা সভা ।

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কলিয়াবৰ পথ সংমণ্ডলৰ দ্বাৰা নিৰ্মান কৰা জখলাবন্ধা মিলন সংঘৰ আন্ত:গাঠনিৰ সম্পূৰ্ণ হোৱা কামৰ আ...
28/02/2026

অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ কলিয়াবৰ পথ সংমণ্ডলৰ দ্বাৰা নিৰ্মান কৰা জখলাবন্ধা মিলন সংঘৰ আন্ত:গাঠনিৰ সম্পূৰ্ণ হোৱা কামৰ আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা কলিয়াবৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত কেশৱ মহন্তদেৱে
শুভ উদ্বোধন কৰে ।
Keshab Mahanta

জখলাবন্ধা মিলন সংঘৰ উদ্যোগত প্ৰশান্ত বৰা সোঁৱৰণী একক কেৰম খেল প্ৰতিযোগিতা
30/01/2026

জখলাবন্ধা মিলন সংঘৰ উদ্যোগত
প্ৰশান্ত বৰা সোঁৱৰণী
একক কেৰম খেল প্ৰতিযোগিতা

আগ্ৰহী সকলৰ সহযোগিতা কামনা কৰিলোঁ .........
20/01/2026

আগ্ৰহী সকলৰ সহযোগিতা কামনা কৰিলোঁ .........

জখলাবন্ধা মিলন সংঘৰ নিষ্ঠাবান কৰ্মী , তথা সংঘক অন্তৰৰ পৰা ভাল পোৱা তৰুণ বৰগোঁহাইদেৱৰ বিয়োগত আমি ব্যথিত । তেখেতৰ অনুপস্থি...
22/09/2025

জখলাবন্ধা মিলন সংঘৰ নিষ্ঠাবান কৰ্মী , তথা সংঘক অন্তৰৰ পৰা ভাল পোৱা তৰুণ বৰগোঁহাইদেৱৰ বিয়োগত আমি ব্যথিত । তেখেতৰ অনুপস্থিয়ে আমাক বাৰুকৈয়ে আমনি কৰিব । জখলাবন্ধা মিলন সংঘৰ পৰিয়ালে তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো ।

Address

Jakhalabandha

Website

Alerts

Be the first to know and let us send you an email when জখলাবন্ধা মিলন সংঘ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share