Tea Tribe Arts and Cultural Development Centre, Hojai District, Assam

  • Home
  • India
  • Hojai
  • Tea Tribe Arts and Cultural Development Centre, Hojai District, Assam

Tea Tribe Arts and Cultural Development Centre, Hojai District, Assam � চাহ জনগোষ্ঠীৰ কলা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে সমৰ্পিত
� নৃত্য/গীত/সাহিত্য/সংস্কৃতি

চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ ফালৰ পৰা পদ্ম বিভূষণ তীজন বাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হৈছে।তীজন বাই ভাৰতীয় লো...
07/07/2026

চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ ফালৰ পৰা পদ্ম বিভূষণ তীজন বাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা হৈছে।
তীজন বাই ভাৰতীয় লোকসংস্কৃতিৰ এগৰাকী মহান সাধিকা আছিল। পাণ্ডৱানী লোকশিল্পক দেশ-বিদেশত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ মৃত্যু ভাৰতীয় লোকসংস্কৃতি আৰু শিল্প জগতৰ বাবে এক অপূৰণীয় ক্ষতি। আমি প্ৰয়াত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ, অনুৰাগী আৰু সমগ্ৰ শিল্পী সমাজলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ।
বিনম্ৰ শ্ৰদ্ধাঞ্জলি।🪔
চাহ জনজাতি কলা-কৃষ্টি বিকাশ কেন্দ্ৰ

২০২৬/ ০৫ জুলাই তাৰিখে চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰথম খন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থকা হোজাই জ...
07/07/2026

২০২৬/ ০৫ জুলাই তাৰিখে চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰথম খন সাধাৰণ সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থকা হোজাই জিলাৰ প্ৰায় ২০টা সমাজৰ সভাপতি তথা সম্পাদক উপস্থিত থাকে যেনে- গৌড়, গোৱালা, মুণ্ডা,তেলি, সাউতাল আদি... ‌‌। চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্মানিয় সভাপতি ৰবি উজিৰ তথা সম্মানিয় সম্পাদক মনোজ কুমাৰ গৌড় দেৱ। ধন্যবাদ 🙏

🙏হোজাই চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ জম্ন দাতা প্ৰমচন্দ চাহু দেৱে তথা উপদেষ্টা সৈতে নৱ নিৰ্বাচিত সমিতি।  ধন্যবাদ ...
30/06/2026

🙏হোজাই চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ জম্ন দাতা প্ৰমচন্দ চাহু দেৱে তথা উপদেষ্টা সৈতে নৱ নিৰ্বাচিত সমিতি। ধন্যবাদ 🙏

29/06/2026

🙏আজি চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ নৱ নিৰ্বাচিত সভাপতি তথা সম্পাদকৰ লগতে সকলো সদস্য য়ে দায়িত্ব ভাৰ গ্ৰহন কৰে ।
ধন্যবাদ 🙏

২০২৬ বৰ্ষৰ প্ৰথম খন কাৰ্যনিৰ্বাহ সভা🙏আজি চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ নৱ নিৰ্বাচিত সভাপতি তথা সম্পাদকৰ লগতে সকলো...
29/06/2026

২০২৬ বৰ্ষৰ প্ৰথম খন কাৰ্যনিৰ্বাহ সভা
🙏আজি চাহ জনজাতি কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ নৱ নিৰ্বাচিত সভাপতি তথা সম্পাদকৰ লগতে সকলো সদস্য য়ে দায়িত্ব ভাৰ গ্ৰহন কৰে । মই প্ৰচাৰ সম্পাদক হৈ সকলোকে আন্তৰিক অভিনন্দন যাচিলোঁ ।
ধন্যবাদ 🙏

Address

শ্ৰীমন্ত শংকৰদেৱ নগৰ, হোজাই
Hojai
782442

Website

Alerts

Be the first to know and let us send you an email when Tea Tribe Arts and Cultural Development Centre, Hojai District, Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share