Axomor Kristi

Axomor Kristi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Axomor Kristi, Cultural Center, Guwahati.

https://youtu.be/kgbh9IwxgXE
06/08/2023

https://youtu.be/kgbh9IwxgXE

প্ৰহ্লাদ চৰিত্ৰ অন্তিম খণ্ডনৃসিংহ অৱতাৰভাগৱত পাঠভক্তিমূলককণ্ঠ - ডা° মানস কল্কিবাঁহী - যোগেন বসুমতাৰীসংগীত - নাব.....

নমস্কাৰ 🙏সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে মোৰ কথা,সুৰ আৰু কণ্ঠৰে "আইজৈ কলিজা" শীৰ্ষক গীতটি আগবঢ়ালো৷গীত...
16/04/2021

নমস্কাৰ 🙏
সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে মোৰ কথা,সুৰ আৰু কণ্ঠৰে "আইজৈ কলিজা" শীৰ্ষক গীতটি আগবঢ়ালো৷
গীতটিৰ সংগীত পৰিচালনা শ্ৰদ্ধাৰ অহিৰ ভৈৰৱদাৰ আৰু সহযোগী কণ্ঠশিল্পী হিচাপে কণ্ঠদান কৰিছে মৌৰুচী বৰাই৷
আপোনালকৰ মৰম আৰু আশীৰ্বাদ পোৱাৰ আশাৰে..

AC MULTIMEDIA Label Released "🎵Audio Credits ::◾Singer - Manash Kalki◾ Lyrics/Tune - Manash Kalki and Ahir Bhairab◾ Music - Ahir Bhairab 🔴Subscr...

পৰমেশ্বৰৰ অৱতাৰ প্ৰভু নৃসিংহমুৰাৰীৰ গুণানুকীৰ্তনেৰে প্ৰহ্লাদ চৰিত্ৰ ভাগিৰ এক অংশ পাঠ কৰাৰ যৎসামান্য প্ৰয়াস কৰি আপোনাসৱলৈ...
06/07/2020

পৰমেশ্বৰৰ অৱতাৰ প্ৰভু নৃসিংহমুৰাৰীৰ গুণানুকীৰ্তনেৰে প্ৰহ্লাদ চৰিত্ৰ ভাগিৰ এক অংশ পাঠ কৰাৰ যৎসামান্য প্ৰয়াস কৰি আপোনাসৱলৈ আগবঢ়ালো৷ আশাকৰো সকলোৱে সহাৰি আৰু মৰম যাচিব৷ কৃষ্ণ

Prahlad Charitra part 1 Path Music By Dr. Manash Kalki

আজি Bollywood তথা Hollywoodৰ জনপ্রিয় অভিনেতা  #ইৰফান_খানৰ মৃত্যু হয়। দীৰ্ঘ সময়ৰ পৰা কৰ্কট ৰোগত ভুগি আছিল অভিনেতা জনে ।আম...
29/04/2020

আজি Bollywood তথা Hollywoodৰ জনপ্রিয় অভিনেতা #ইৰফান_খানৰ মৃত্যু হয়। দীৰ্ঘ সময়ৰ পৰা কৰ্কট ৰোগত ভুগি আছিল অভিনেতা জনে ।আমেৰিকাতো উচ্চ চিকিৎসা কৰাইচিল তেওঁ৷যোৱা বৃহস্পতি বাৰে মুম্বাই স্থিত কোকিলা বেন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক । বৃহদান্তত হোৱা সংক্ৰমণৰ বাবেই মৃত্যু হয় #জুৰাচিক_পার্ক , #শ্লামদগ_মিলিয়নাৰ আদি ছবিৰ জনপ্রিয় অভিনেতা জন ।তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো৷

নামঃ শ্ৰী পাপুমৃদু দত্তনাটঃ সিন্ধু মুনিৰ পিতৃ ভক্তিচৰিত্ৰঃ সম্বৰাসুৰ স্থানঃ গুৱাহাটী
27/04/2020

নামঃ শ্ৰী পাপুমৃদু দত্ত
নাটঃ সিন্ধু মুনিৰ পিতৃ ভক্তি
চৰিত্ৰঃ সম্বৰাসুৰ
স্থানঃ গুৱাহাটী

Address

Guwahati
781001

Website

Alerts

Be the first to know and let us send you an email when Axomor Kristi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share