18/10/2025
গোটেই বিশ্বজুৰি তোমাৰ চৰ্চা।।মোৰ সত্তাই তোমাক ঈশ্বৰ বুলি মানি লৈছে।। তুমি কায়িক ভাৱে আমাৰ পৰা আঁতৰি যোৱা এমাহ হ'ল।। আজিও যেন বিশ্বাস কৰিব পৰা নাই যে তুমি নাই।। মোৰ এটি কৱিতা আবৃত্তিৰে অস্ৰু অঞ্জলি নিবেদিলোঁ ।। মোৰ কণমানি ভতিজী নিয়ৰে তোমাৰ এখন ছৱি আঁকিছিল,সেই চিত্ৰ অংকনেই মোৰ কৱিতাৰ বেটুপাত ।। তুমি সকলোৰে অন্তৰত চিৰবিৰাজমান হৈ ৰ'লা।।