18/09/2026
ঘড়ীৰ ‘টিক্ টিক্’ৰ পৰা নিয়ৰৰ ‘টুপ্ টুপ্’লৈকে— প্ৰকৃতিয়ে আমাক কি কি কয় বাৰু? ⏰🐝✨
অসমীয়াৰ অতি চিনাকি আৰু মৰমৰ শিশু কবিতা 'কোনে কি কয়?' এটি নতুন 3D এনিমেচন ৰূপত! 🌸
ভিডিঅ’টো ভাল পালে নিশ্চয়:
❤️ Like কৰক
💬 Comment কৰি জনাওক আপোনাৰ শৈশৱৰ স্মৃতি
↗️ Share কৰক বন্ধু আৰু পৰিয়ালৰ সৈতে
🔔 এনেকুৱা আৰু সুন্দৰ ভিডিঅ’ৰ বাবে Follow কৰিবলৈ নাপাহৰিব!