Jadurani sushmita fanpage

Jadurani sushmita fanpage Only full time professional Female Magician of NorthEast.. Love Magic Save Magic

আজি পৱিত্র বিশ্বকর্মা পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্ব খনিকৰ বিশ্বকর্মা দেৱে সকলোৰে জীৱন সুন্দৰ...
17/09/2025

আজি পৱিত্র বিশ্বকর্মা পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বিশ্ব খনিকৰ বিশ্বকর্মা দেৱে সকলোৰে জীৱন সুন্দৰ ভাৱে গঢ়িবলৈ শক্তি দিয়ক, আজিৰ এই পৰম শুভ দিনটোত তাৰে কামনা কৰিছোঁ।

পৰম কৰুণাময় মহাপ্রভু শ্রীশ্রী কৃষ্ণৰ পৱিত্র জন্মাষ্টমী উপলক্ষে সকলোকে ভক্তিভৰা শুভকামনা জনাইছোঁ।
14/09/2025

পৰম কৰুণাময় মহাপ্রভু শ্রীশ্রী কৃষ্ণৰ পৱিত্র জন্মাষ্টমী উপলক্ষে সকলোকে ভক্তিভৰা শুভকামনা জনাইছোঁ।

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত যাচিলোঁ সশ্ৰদ্ধ প্ৰণিপাত।
12/09/2025

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত যাচিলোঁ সশ্ৰদ্ধ প্ৰণিপাত।

আজি বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ‘ভাৰত ৰত্ন’ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ পৱিত্ৰ দিনটোত মুম্বাইৰ Tata Theatre,...
08/09/2025

আজি বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ‘ভাৰত ৰত্ন’ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীৰ পৱিত্ৰ দিনটোত মুম্বাইৰ Tata Theatre, NCPA ত অনুষ্ঠিত হোৱা এক অভূতপূৰ্ব অনুষ্ঠানৰ সাক্ষী হবলৈ সোভাগ্য হল ।
উক্ত অনুষ্ঠানত বহু বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে স্বনামধন্য সংগীতশিল্পী সকলে সুধাকণ্ঠ 'ভাৰত ৰত্ন’ ড° ভূপেন হাজৰিকা দেৱক সুঁৱৰি সংগীত পৰিবেশন কৰে।
এক স্মৰণীয় দিন।

Wishing you a Radha Ashtami filled with devotion, faith, and the blessings of Radha Rani. May you be blessed with the wi...
31/08/2025

Wishing you a Radha Ashtami filled with devotion, faith, and the blessings of Radha Rani. May you be blessed with the wisdom and strength to overcome all challenges, just as Radha Rani faced her trials with grace. May the divine love of Radha and Krishna fill your heart with endless joy and bliss this Radha Ashtami.

"To love without condition, to talk without intention, to give without reason, care without expectation, that's the spirit of true love.” (Radha - Krishna)

বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভঃ।নিৰ্বিঘ্নং কুৰু মে দেৱঃ সৰ্বকাৰ্যেষু সৰ্বদা।।গণেশ চতুর্থীৰ আজিৰ এই পৰম পৱিত্ৰ ক্ষণত স...
27/08/2025

বক্ৰতুণ্ড মহাকায় সূৰ্যকোটি সমপ্ৰভঃ।
নিৰ্বিঘ্নং কুৰু মে দেৱঃ সৰ্বকাৰ্যেষু সৰ্বদা।।

গণেশ চতুর্থীৰ আজিৰ এই পৰম পৱিত্ৰ ক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিঘ্নেশ্বৰ শ্রীশ্রীগণেশ দেৱতাই সকলো বিপদ-বিঘিনিৰ পৰা আঁতৰাই ৰাখক আৰু সকলোকে সুখ সমৃদ্ধিৰে উপচাই ৰাখক।

25/08/2025
Some spiritual and peaceful moment at Iskcon Temple 🤗Jai Shri Krishna
16/08/2025

Some spiritual and peaceful moment at Iskcon Temple 🤗
Jai Shri Krishna

Happy Independence Day
15/08/2025

Happy Independence Day

বহুত মাহ পিছত যেন নিজক অলপ সময় দিছো। এটা দীঘল বিৰতি কিন্তু এই সময়ে বহু কথা শিকালে। আৰু সকলো দুখ কষ্ট আঁতৰাই আজি যেন এক...
24/07/2025

বহুত মাহ পিছত যেন নিজক অলপ সময় দিছো।
এটা দীঘল বিৰতি কিন্তু এই সময়ে বহু কথা শিকালে।
আৰু সকলো দুখ কষ্ট আঁতৰাই আজি যেন এক তৃপ্তিৰ হাঁহি মাৰিলো।
মাৰ লগত আজি গলো date ত ।
"মালামাল বইজ" সঁচাকৈ এখন সুন্দৰ ছবি যত আপুনি মন খুলি হাহিব পাৰিব আৰু মইও আজি সকলো দুখ আঁতৰাই জীৱনত ভালপোৱা, হাঁহি-ধেমালি আৰু আনন্দৰ ৰং আনিবলৈ চেষ্টা কৰিলোঁ।
আটাইতকৈ ভাল লগা কথাটো হল যে ছবি খনৰ অন্যতম উজ্জ্বল তাৰকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সিদ্ধাৰ্থ মুখাৰ্জী দাৰ লগত উপভোগ কৰিলো।
সঁচাকৈ বহুত দুখৰ মাজত যেন আজি হাহি বিচাৰি পালোঁ।
#জীৱন জিন্দাবাদ।

"गुरुर्ब्रह्मा गुरुर्विष्णुः, गुरुर्देवो महेश्वरः। गुरुः साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः ॥"গুৰু পূৰ্ণিমাৰ এই বিশ...
10/07/2025

"गुरुर्ब्रह्मा गुरुर्विष्णुः, गुरुर्देवो महेश्वरः। गुरुः साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः ॥"

গুৰু পূৰ্ণিমাৰ এই বিশেষ দিনটোত সকলো গুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো।
ধন্যবাদ আজিলৈকে মোক আশীৰ্বাদ কৰি থকা বাবে।
আগলৈও আশীৰ্বাদ কৰিব যাতে সদায় আপোনালোকৰ প্ৰিয় হৈ থাকিব পাৰো, আপোনালোকে দিয়া শিক্ষাৰ উপয়োগ কৰি এগৰাকী ভাল মানুহ হৈ ৰাইজৰ মাজত থাকিব বিচাৰো।

On this sacred day, I express my heartfelt gratitude to my guru who has always been my guiding light. ...
Thank you for always guiding me and supporting me in every aspect of life
Keep blessings.

07/07/2025

A day well spent with the kids🤗
Interaction time

Address

Guwahati, Beltola
Guwahati

Telephone

+918822332200

Website

Alerts

Be the first to know and let us send you an email when Jadurani sushmita fanpage posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Jadurani sushmita fanpage:

Share