Rajtilak Theatre

Rajtilak Theatre Rajtilak Theatre Official Page
Contact Info : 8822430418, 7099980506
।। ৰাজতিলক থিয়েটাৰ ।।
(4)

ধন্যবাদ দৈনিক গণ অধিকাৰ ।         #ৰণক্ষেত্ৰ যৌৱন_এজাক_ধুমুহা বাট_চাম_তোমালে_বন্ধু
11/06/2026

ধন্যবাদ দৈনিক গণ অধিকাৰ ।
#ৰণক্ষেত্ৰ যৌৱন_এজাক_ধুমুহা বাট_চাম_তোমালে_বন্ধু

ধন্যবাদ দৈনিক গণ অধিকাৰ ।         #ৰণক্ষেত্ৰ  #যৌৱন_এজাক_ধুমুহা  #বাট_চাম_তোমালে_বন্ধু
11/06/2026

ধন্যবাদ দৈনিক গণ অধিকাৰ ।
#ৰণক্ষেত্ৰ #যৌৱন_এজাক_ধুমুহা #বাট_চাম_তোমালে_বন্ধু

06/06/2026

পুনৰ ভ্ৰাম্যমাণৰ মঞ্চলৈ বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী "নন্দিনী কাশ্যপ"

পূৰ্বৰ গৰিমা অটুট ৰখাৰ প্ৰয়াসেৰে মধুমিতা শৰ্মা প্ৰযোজিত তথা অনুপ দাস পৰিকল্পিত ৰাজতিলক থিয়েটাৰ পুনৰ সাজু হৈছে এটা নতুন ন...
06/06/2026

পূৰ্বৰ গৰিমা অটুট ৰখাৰ প্ৰয়াসেৰে মধুমিতা শৰ্মা প্ৰযোজিত তথা অনুপ দাস পৰিকল্পিত ৰাজতিলক থিয়েটাৰ পুনৰ সাজু হৈছে এটা নতুন নাট্যবর্ষৰ বাবে । ইতিমধ্যে ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে ৰাজতিলক থিয়েটাৰে সাজু কৰি তুলিছে তিনিখন ব্যতিক্ৰমধৰ্মী নাটক । নাটকেইখন ক্ৰমে- জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ 'যৌৱন_ এজাক ধুমুহা...', ধ্ৰুৱজ্যোতি শৰ্মাৰ 'বাট চাম তোমালে বন্ধু', আৰু নাট্যকাৰ জিতেন শৰ্মাৰ 'ৰণক্ষেত্ৰ' ।।প্ৰতিটো বৰ্ষৰ দৰে এইবেলিও ৰাজতিলকৰ মঞ্চখনত সমাহাৰ ঘটিব বহুকেইগৰাকী জনপ্ৰিয় তাৰকা শিল্পীৰ । সেই মৰ্মে চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ মঞ্চৰ সুদৰ্শন অভিনেতা ৰাগ ঐনিতম, মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপ, ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা মৃদ্যুৎপল মহন্ত, মিতুল বালাজী, নৱ কুমাৰ বৰুৱা, উত্তম দত্ত, নয়ন কৌশিক, পাৰ্থ বৰা আৰু উদীয়মান অভিনেত্ৰী পল্লৱী মেধিৰ লগতে এদল ন-পুৰণি অভিনয় শিল্পী । আহ্বায়ক সমিতিৰ সুবিধাৰ্থে আমাৰ ৰাজতিলক থিয়েটাৰৰ পৰিয়ালে মুকলি কৰা যোগাযোগ নম্বৰটি হৈছে - 8822430418,7099980506.
#ৰণক্ষেত্ৰ #বাটচামতোমালেবন্ধু #যৌৱন_এজাক_ধুমুহা

পূৰ্বৰ গৰিমা অটুট ৰখাৰ প্ৰয়াসেৰে মধুমিতা শৰ্মা প্ৰযোজিত তথা অনুপ দাস পৰিকল্পিত ৰাজতিলক থিয়েটাৰ পুনৰ সাজু হৈছে এটা নতুন ন...
06/06/2026

পূৰ্বৰ গৰিমা অটুট ৰখাৰ প্ৰয়াসেৰে মধুমিতা শৰ্মা প্ৰযোজিত তথা অনুপ দাস পৰিকল্পিত ৰাজতিলক থিয়েটাৰ পুনৰ সাজু হৈছে এটা নতুন নাট্যবর্ষৰ বাবে । ইতিমধ্যে ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে ৰাজতিলক থিয়েটাৰে সাজু কৰি তুলিছে তিনিখন ব্যতিক্ৰমধৰ্মী নাটক । নাটকেইখন ক্ৰমে- জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ 'যৌৱন_ এজাক ধুমুহা...', ধ্ৰুৱজ্যোতি শৰ্মাৰ 'বাট চাম তোমালে বন্ধু', আৰু নাট্যকাৰ জিতেন শৰ্মাৰ 'ৰণক্ষেত্ৰ' ।।প্ৰতিটো বৰ্ষৰ দৰে এইবেলিও ৰাজতিলকৰ মঞ্চখনত সমাহাৰ ঘটিব বহুকেইগৰাকী জনপ্ৰিয় তাৰকা শিল্পীৰ । সেই মৰ্মে চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণ মঞ্চৰ সুদৰ্শন অভিনেতা ৰাগ ঐনিতম, মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপ, ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা মৃদ্যুৎপল মহন্ত, মিতুল বালাজী, নৱ কুমাৰ বৰুৱা, উত্তম দত্ত, নয়ন কৌশিক, পাৰ্থ বৰা আৰু উদীয়মান অভিনেত্ৰী পল্লৱী মেধিৰ লগতে এদল ন-পুৰণি অভিনয় শিল্পী । আহ্বায়ক সমিতিৰ সুবিধাৰ্থে আমাৰ ৰাজতিলক থিয়েটাৰৰ পৰিয়ালে মুকলি কৰা যোগাযোগ নম্বৰটি হৈছে - ৮৮২২৪৩০৪১৮ ,৭০৯৯৯৮০৫০৬

05/06/2026

২০২৬-২৭ নাট্যবৰ্ষত ৰাজতিলকৰ মঞ্চত দেখিবলৈ পাব জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপ ক। Nandinee R Kashyap Raag Oinitom

05/06/2026

ধন্যবাদ N East Live ।

সাম্প্ৰতিক সময়ত কিছুমান দুৰ্যোগে ৰাজ্যৰ সকলো প্ৰান্ততে ভয়াৱহ ৰূপ লৈ উঠিছে.....!!বিশেষকৈ লাভ-জেহাদ, অপহৰণ, মাদক সন্ত্ৰা...
04/06/2026

সাম্প্ৰতিক সময়ত কিছুমান দুৰ্যোগে ৰাজ্যৰ সকলো প্ৰান্ততে ভয়াৱহ ৰূপ লৈ উঠিছে.....!!
বিশেষকৈ লাভ-জেহাদ, অপহৰণ, মাদক সন্ত্ৰাস আদিয়ে পৰস্পৰৰ মাজত বিয়পায় তুলিছে হিংসাৰ দাবানল...।
এই ভয়াৱহ দুৰ্যোগৰ বিৰুদ্ধে সৱল প্ৰতিবাদ জনাই ২০২৬-২৭ নাট্যবৰ্ষত ৰাজতিলক থিয়েটাৰে মঞ্চস্থ কৰিব বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মা ৰচিত- পৰিচালিত এখনি ব্যতিক্ৰমধৰ্মী নাট- 'ৰণক্ষেত্ৰ' ।
#ৰণক্ষেত্ৰ

বন্ধুৰ বিদায় বেলাত অনিৰ্বাণৰ বুকুত যেন কোনোবাই শিলেৰে খুন্দিয়াইছিল...!! কিশোৰ কালৰ পৰাই দুয়ো ডাঙৰ দীঘল হৈছিল জোনাকৰ চ...
03/06/2026

বন্ধুৰ বিদায় বেলাত অনিৰ্বাণৰ বুকুত যেন কোনোবাই শিলেৰে খুন্দিয়াইছিল...!!
কিশোৰ কালৰ পৰাই দুয়ো ডাঙৰ দীঘল হৈছিল জোনাকৰ চোতালত, পথাৰৰ সোণগুটিৰ মাজত ।
তাৰপিছত ......?
২০২৬-২৭ নাট্যবর্ষত ৰাজতিলক থিয়েটাৰৰ আন এক হৃদয়স্পৰ্শী তথা মননশীল আয়োজন নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ- 'বাট চাম তোমালে বন্ধু' ।

যৌৱনে- এজাক ধুমুহা....যৌৱনে কেৱল সপোন নেদেখে । যৌৱনে কেৱল ৰং ৰহস্যত মতলীয়া হৈ নাথাকে । যৌৱনে কেতিয়াবা সংকল্প লয়। নিজৰ...
02/06/2026

যৌৱনে- এজাক ধুমুহা....

যৌৱনে কেৱল সপোন নেদেখে । যৌৱনে কেৱল ৰং ৰহস্যত মতলীয়া হৈ নাথাকে । যৌৱনে কেতিয়াবা সংকল্প লয়। নিজৰ ভালপোৱাক জীয়াই ৰাখিবলৈ দৃঢ়তাৰে আগবাঢ়ে । প্ৰযোজনবশত: যৌৱনে নিজকে সলাই পেলাই এজাক ধুমুহালৈ । তেনে এজাক ধুমুহা সদৃশ যৌৱনৰ সংকল্পক লৈয়ে ৰাজতিলক থিয়েটাৰে ২০২৬-২৭ নাট্যবৰ্ষত মঞ্চস্থ কৰিবলৈ ওলাইছে এক ব্যতিক্ৰমধৰ্মী কাহিনীৰ নাট 'যৌৱন_এজাক ধুমুহা' ।

Address

Guwahati

Telephone

+919365732447

Website

Alerts

Be the first to know and let us send you an email when Rajtilak Theatre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Rajtilak Theatre:

Shortcuts

Share