Jakir Hussain

Jakir Hussain entertainment

16/10/2024

কোন তুমি ফেচবুক পেজৰ সৌজন্যত আৰু “নিহাৰিকা চিল্ক ফেক্টৰী”ৰ সহযোগত পঞ্চম বাৰ্ষিক শাৰদীয় ৰাণী ফটো প্ৰতিযোগীতা ।

নাম - জেৰিফা ৰহমান
বযস - 10 বছৰ
ঠিকনা - দামপুৰ,হাজো

ক্ৰমিক নং - E23

নিয়মাৱলী::-

১) প্ৰতিযোগীসকলে নিজৰ ফটোসহ,সম্পূৰ্ণ নাম,ঠিকনা,বয়স দিব লাগিব (অসমীয়া ভাষাত )।
২ ) পৰম্পৰাগত সাজপাৰ পৰিধান কৰিব লাগিব ( শাৰদীয় উপলক্ষে যিসকলে Photoshoot কৰিছে সেইসমূহ ফটো গ্ৰহণ কৰা হ'ব) ।
৩ ) ছেলফি গ্ৰহণ কৰা নহব।
৪ ) প্ৰতিযোগীৰ বয়স ২৬ বছৰৰ অধিক হ'ব নোৱাৰিব।
৫ ) এজন ব্যক্তিয়ে এটা একাউন্টৰ পৰা এবাৰ হে শ্বেয়াৰ কৰিব পাৰিব । অধিক শ্বেয়াৰ কৰিলে গ্রহণ কৰা নহব।
৬ ) কেৱল মূল পেজৰ লাইক আৰু শ্বেয়াৰকহে মান্যতা প্ৰদান কৰা হ' ব।
৭ ) ফটোৰ মানদণ্ড উন্নত নহলে গ্রহণ কৰা নহব।
৮ ) ফটো দিয়া অন্তিম সময় ১৫ অক্টোবৰ সন্ধিয়া ৭ বজালৈ।
৯ ) ১৬ অক্টোবৰ সন্ধিয়া ৭ বজাৰ পিছত লাইক, শ্বেয়াৰ কৰিলেও গ্রহণ কৰা নহব।
১০ ) ফলাফল ঘোষণাৰ দিন অন্তিম সময়ত জনাই দিয়া হ'ব ।

প্ৰতিটো লাইক ::- ২ টা ভোট
প্ৰতিটো শেয়াৰ ::- ৫ টা ভোট
ফটো পঠিওৱা ৰ বাবে আমাৰ whatsApp Number- 7576094494

বি: দ্ৰ: আপোনাৰ WhatsApp Number সম্পূর্ণভাবে সুৰক্ষিত থাকিব।

Sponsored by...
NIHARIKA SILK FACTORY
মেখেলা চাদৰ, মুগা মেখেলা চাদৰৰ বাবে এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।
স্থান - বংশৰ, শুৱালকুছিৰ ওচৰত
যোগাযোগ নম্বৰ - 84720-88956, 98641-50445
Instagram- Niharika Silk Factory -Mekhela Chador by Sunil Baishya
page - Niharika silk factory

Address

Guwahati

Telephone

+17576094494

Website

Alerts

Be the first to know and let us send you an email when Jakir Hussain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share