TRUTH BARTA

Call Website Contact the establishment

TRUTH BARTA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from TRUTH BARTA, Tezpur.

Truth Barta — অসমৰ সত্যৰ কণ্ঠস্বৰ। তথ্যভিত্তিক, নিৰপেক্ষ আৰু সাহসী সাংবাদিকতাৰে সত্য প্ৰকাশ, জনসাধাৰণৰ স্বাৰ্থ, ন্যায় আৰু স্বচ্ছতাৰ প্ৰতিশ্ৰুতিত গাঁওৰ পৰা চৰকাৰলৈ— সকলো কথা জনাবলৈ আমি সদা সজাগ। কাৰণ সত্য কোনো মতামত নহয়, ই এক দায়িত্ব। জয় আই অসম। 🇮🇳

28/10/2026

👉🏻যদি দম আছে ৰিক্সা চালক,ঠেলা চালক,দিন হাজিৰা অথবা খাটি খোৱা দুখীয়া লোকৰ ওপৰত নহয় ।
👉🏻এইদৰে সামাজিক মাধ্যমত মন্তব্য সাংবাদিক মেৰাজুল হুছেইন কাজিৰ।

28/10/2026

👉🏻ৰেষ্টুৰেণ্ট ব্যৱসায়ক ডিজিটেল কৰাৰ দিশত এক নতুন পদক্ষেপ!
👉🏻এতিয়া ৰেষ্টুৰেণ্টৰ মালিকসকলে তেওঁলোকৰ গ্ৰাহকসকলক দিব পাৰে স্মাৰ্ট ডিজিটেল মেনু আৰু QR ক'ডৰ জৰিয়তে অৰ্ডাৰ কৰাৰ সুবিধা।

28/10/2026

বদৰুদ্দিন আজমলৰ নাম ব্যৱহাৰ কৰি প্ৰতাৰণাৰ জাল! লাখ লাখ টকা লুটিলে প্ৰতাৰকে।
Maulana Badruddin Ajmal TRUTH BARTA

28/10/2026

👉🏻নলবাৰীৰ বৰক্ষেত্ৰীত আদৰ্শ শিক্ষাৰ অন্য এক নাম ‘মিলন হাইস্কুল।
👉🏻চৰকাৰী শিক্ষানুষ্ঠানত বিনা বেতনেৰে চাৰি শিক্ষিত যুৱক-যুৱতীৰ শিক্ষাদান।
👉🏻নিজৰ ধনেৰে বিদ্যালয়ৰ বিভিন্ন উন্নয়ন কাম কৰি আহিছে পৰিচালনা সমিতিৰ সভাপতিয়ে।

27/10/2026

মোৰ অপাৰেচন হৈ গ’লে ১,০০০ মানুহক সহায় কৰিম!” — যুৱকজনৰ কৰুণ গাঁথাই আপোনাৰো চকুলো বোৱাব।

27/10/2026

আমছুৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভুৱা তথ্য প্ৰচাৰ কৰি বিপদত দুটা প'ৰ্টেল চেনেল।

27/10/2026

অসমৰ আটাইতকৈ চৰ্চিত ব্যক্তি ৰঞ্জন চৰকাৰ।
TRUTH BARTA

26/10/2026

আমছুৰ পৰুৱা আঞ্চলিক সমিতি পুনৰ্গঠন।খাইৰুল ইছলামক সভাপতিৰ দায়িত্ব অৰ্পণ।

26/10/2026

আপোনাৰ দাঁতৰ যিকোনো ধৰণৰ সমস্যাৰ সমাধান পাব এতিয়া তেজপুৰ পৰোৱা চাৰিআলিত। যোগাযোগ কৰক 70029 45297

Address

Tezpur
784001

Alerts

Be the first to know and let us send you an email when TRUTH BARTA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to TRUTH BARTA:

Shortcuts

Share