Ibra's blog

Ibra's blog Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ibra's blog, Gauhati.

11/10/2025

02/12/2023

One hope is enough for life ...

সকলোৰে পৰিচিত শুকুৰ ভাই কি কামত ব্যস্ত হৈ আছে কোনোবাই ক'ব পাৰিবনে?☺
22/09/2021

সকলোৰে পৰিচিত শুকুৰ ভাই কি কামত ব্যস্ত হৈ আছে কোনোবাই ক'ব পাৰিবনে?☺

23/07/2021

চৰ-চাপৰি ৰ থলুৱা খেল। ১০০ শতাংশ মনোৰঞ্জন😍

16/07/2021
পশ্চিম গোৱালপাৰাৰ প্ৰাক্তন বিধায়ক এবিএছ‌ জোদ্দাৰ আৰু নাই!😥প্ৰাক্তন বিধায়কগৰাকীৰ এই আকস্মিক মৃত্যুৰ বাতৰি পাই মৰ্মাহত পশ্...
03/06/2021

পশ্চিম গোৱালপাৰাৰ প্ৰাক্তন বিধায়ক এবিএছ‌ জোদ্দাৰ আৰু নাই!😥
প্ৰাক্তন বিধায়কগৰাকীৰ এই আকস্মিক মৃত্যুৰ বাতৰি পাই মৰ্মাহত পশ্চিম গোৱালপাৰাবাসী ৰাইজ!

 ৰাতিপুৱাই এক দুঃখবৰ। বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান। বিশিষ্ট সাহিত্যিক গৰা...
12/05/2021


ৰাতিপুৱাই এক দুঃখবৰ। বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান। বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৮৯ বছৰ বয়সত GNRCত পুৱা ৬.৫৮ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ।

10/05/2021

অসম বিধানসভাৰ নতুন মন্ত্ৰীসভাৰ তালিকা
------------------------------------
বিধান সভাৰ অধ্যক্ষঃ-
ৰঞ্জিত দত্ত
বিধান সভাৰ উপাধ্যক্ষ-
প্ৰশান্ত ফুকন

১/হিমন্ত বিশ্ব শৰ্মা -মুখ্যমন্ত্ৰী
(গৃহ, বিত্ত, সাধাৰণ প্ৰশাসন, ৰাজনৈতিক আৰু বিতাৰণ নোহোৱা বিভাগ সমুহ)

২/ অতুল বৰা (কনিষ্ঠ) কেবিনেট মন্ত্ৰী
(কৃষি,পশুপালন)

৩/ কেশৱ মহন্ত- কেবিনেট মন্ত্ৰী
(জলসম্পদ বিজ্ঞান ও কাৰিকৰি)

৪/ ইউ জি ব্ৰহ্ম - কেবিনেট মন্ত্ৰী
(সমাজকল্যান , ভয়াম জনজাতি উন্নয়ন বিভাগ)
৫/ নোমল মমিন-কেবিনেট
(খনি আৰু পাৰ্বত্য )

৬ / ৰণোজ পেগু - কেবিনেট মন্ত্ৰী
(পঞ্চায়ত ও গ্ৰামোন্নয়ন, )

৭/ পদ্ম হাজৰিকা কেবিনেট মন্ত্ৰী
(বন মন্ত্ৰী )

৮/ পৰিমল শুক্লবদ্য -কেবিনেট মন্ত্ৰী
( আৱকাৰী আৰু মীন বিভাগ)

৯/ পিয়ূষ হাজৰিকা- কেবিনেট
( নগৰ উন্নয়ন , স্বাস্থ্য)

১০/ চন্দ্ৰ মোহন পাটোৱাৰী কেবিনেট মন্ত্ৰী
( পৰিবহন)

১১/ ৰঞ্জিত কুমাৰ দাস - কেবিৰ মন্ত্ৰী
(শিক্ষা , খাদ্য আৰু অসামৰিক যোগান বিভাগ)
১২/ সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য- কেবিনেট
( আইন)

১৩/ অজন্তা নেওগ - কেবিনেট মন্ত্ৰী
(গড়কাপ্তানি বিভাগ)

১৪/ জয়ন্ত মল্ল বৰুৱা ৰাজ্যিক মন্ত্ৰী
(বিত্ত ৰাজ্যিক, সাংস্কৃতিক ও পৰ্যটক(স্বতন্ত্ৰ)

১৫/ টেৰচ গোৱালা-ৰাজ্যিক মন্ত্ৰী
( শ্ৰম ও চাহ জনজাতি উন্নয়ন বিভাগ)

১৬/ বলিন চেতিয়া- ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
(জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী স্বতন্ত্ৰ, কৃষি বিভাগৰ ৰাজ্যিক মন্ত্ৰী)

১৭/ যোগেন মোহন - ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী
(ৰাজহ স্বতন্ত্ৰ , গড় কাপ্তানি ৰাজ্যিক মন্ত্ৰী)

সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ৷

💙💙💙💛💛💛❤❤❤
20/02/2021

💙💙💙💛💛💛❤❤❤

এনেকুৱা এখন চাংঘৰ আপুনিও সাজি ল'ব পাৰে! ভাগৰুৱা মনৰ অৱসাদ দূৰ কৰিবলৈ সকলোৰে কিছু সময় জিৰণিৰ প্ৰয়োজন এনে এক নিৰিবিলি পৰিৱ...
22/01/2021

এনেকুৱা এখন চাংঘৰ আপুনিও সাজি ল'ব পাৰে! ভাগৰুৱা মনৰ অৱসাদ দূৰ কৰিবলৈ সকলোৰে কিছু সময় জিৰণিৰ প্ৰয়োজন এনে এক নিৰিবিলি পৰিৱেশত।😊💚

Address

Gauhati

Telephone

+917002299824

Website

Alerts

Be the first to know and let us send you an email when Ibra's blog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Ibra's blog:

Share