Movie Mafia

Movie Mafia MovieMafia is a complete entertainment zone....enjoy��

জুৱিন দাৰ কেতিয়াঁও মুক্তি নোপোৱা আঁঠ বছৰ পুৰনি এটি গীত "অগ্নিপথ"ৰ FIRST LOOK! Singer: জুৱিন গাৰ্গকথা/সুৰ: স্বৰ্গীয় এম্...
16/11/2025

জুৱিন দাৰ কেতিয়াঁও মুক্তি নোপোৱা আঁঠ বছৰ পুৰনি এটি গীত "অগ্নিপথ"ৰ
FIRST LOOK!
Singer: জুৱিন গাৰ্গ
কথা/সুৰ: স্বৰ্গীয় এম্ব্ৰ'জ কে. টাইড
সংগীত: পৰাণ বৰকটকী (জ'জ')
শুভমুক্তি 18 নৱেম্বৰ,2025

বহুত হেপাহেৰে আৰম্ভ কৰা এটি কাম। আপোনালোকৰ মাজলৈ মুকলি কৰি দিবলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। অহা 30th November তাৰিখৰ প...
26/11/2023

বহুত হেপাহেৰে আৰম্ভ কৰা এটি কাম। আপোনালোকৰ মাজলৈ মুকলি কৰি দিবলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। অহা 30th November তাৰিখৰ পৰা আপোনালোকে মোৰ Youtube channel "Kalpajyoti Das" channel ৰ link টো বাৰু মই দি দিম তলত।

https://youtube.com/?si=YBkUGHq6sCnCMAlB

এই channel টোত চাবলৈ পাব। আপোনালোকে চাব বুলি আশা কৰিলোঁ। ভুল শুদ্ধবোৰ comment কৰি জনাব বুলি আশা কৰিলোঁ। লগতে চেনেলটো subscribe কৰি short film খন share কৰি আমাৰ কষ্টাখিনিক উৎসাহ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।🙏🌹

মনত ৰাখিব অহা 30th November 🌹

Unveiling the soul-stirring short film! Join me on a cinematic journey that transcends emotions. ❤️ Poster release for my upcoming short film "বন্দী শৈশব " a tale that connects hearts.

21/08/2022

বহু দিনৰ মূৰত আমাৰ serial খনৰ এটি সৰু দৃশ্য আপোনালোকৰ বাবে আগবঢ়ালো।

মৰম আৰু আশীৰ্বাদ দি থাকিব কাম কৰি যাবলৈ।

ভাল পালে এটা share কৰি দিয়ে যেন।

ধন্যবাদ 💞🙏



জীৱন নদীৰ ঢৌ 💞

https://youtu.be/tubzp791iek

Please ওপৰৰ লিংকত গৈ চেনেল টো subscribe কৰি দিব 🥰🙏🥰

Address

Chandmari
Guwahati
781021

Website

Alerts

Be the first to know and let us send you an email when Movie Mafia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share