Rupalim

Rupalim An annual one act play competition in the loving memory of great actor Late Sasanka Das Kalita to be

Glimpses of the Shasanka Das Memorial 4th Rupalim one act play competition...
02/02/2023

Glimpses of the Shasanka Das Memorial 4th Rupalim one act play competition...

ভ্ৰাম্যমানৰ মঞ্চ উকা কৰি তেওঁ গ'লগৈ...শ্ৰদ্ধাৰ প্ৰাণজিত দাসদেৱৰ মৃত্যু অসমৰ অভিনয় জগতৰ এক অপূৰণীয় ক্ষতি। শশাংক দাসদেৱৰ অ...
22/01/2023

ভ্ৰাম্যমানৰ মঞ্চ উকা কৰি তেওঁ গ'লগৈ...
শ্ৰদ্ধাৰ প্ৰাণজিত দাসদেৱৰ মৃত্যু অসমৰ অভিনয় জগতৰ এক অপূৰণীয় ক্ষতি। শশাংক দাসদেৱৰ অভিনয়ৰ দিনৰে অভিন্ন বন্ধু প্ৰাণজিত দাসদেৱ ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ প্ৰথম বৰ্ষতে উদ্বোধক হিচাবে উপস্থিত আছিল। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ... ওম শান্তিঃ

চতুৰ্থ বাৰ্ষিক শশাংক দাস সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাত সকলোৰে সবান্ধৱ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ...
21/01/2023

চতুৰ্থ বাৰ্ষিক শশাংক দাস সোঁৱৰণী ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাত সকলোৰে সবান্ধৱ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ...

বিগত বছৰবোৰৰ দৰে এইবেলিও আয়োজন কৰা হৈছে ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ। সকলোৰে অংশগ্ৰহণ তথা উপস্থিতি কামনা কৰিলোঁ...
07/12/2021

বিগত বছৰবোৰৰ দৰে এইবেলিও আয়োজন কৰা হৈছে ৰূপালীম একাঙ্কিকা নাট প্ৰতিযোগিতাৰ। সকলোৰে অংশগ্ৰহণ তথা উপস্থিতি কামনা কৰিলোঁ...

সকলোৰে সহযোগিতা আমাৰ কাম্য...
08/02/2021

সকলোৰে সহযোগিতা আমাৰ কাম্য...

Address

Guwahati
781103

Alerts

Be the first to know and let us send you an email when Rupalim posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Rupalim:

Share