NNR Present -A Production

NNR Present -A Production Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NNR Present -A Production, Arts and entertainment, Guwahati.

06/04/2025

Editting going on...
Release on 10th April

পাগল ঢুলীয়া ২০২৪Shooting moments..Releasing soon
08/04/2024

পাগল ঢুলীয়া ২০২৪
Shooting moments..
Releasing soon

07/04/2023

Pagal Dhuliya 2023.....Comming Soon ....

Some shooting moment ofA bihu special ShortFilm*মাঘৰ মামণি মই*Release 12th January 2K23
11/01/2023

Some shooting moment of
A bihu special ShortFilm
*মাঘৰ মামণি মই*
Release 12th January 2K23

03/01/2023

https://youtu.be/ZxgDzHfSJw4

কি হৈছে তোমাৰ??
কিয় এনেকুৱা কৰিছা??
মই তোমাক সুখী কৰিব পৰা নাই..
Please...🙏
এনেকুৱা নকৰিবা
লাগিলে সতিনি খাতিম
তথাপি....
😥 মোক Divorce নালাগে 😢

   #2023
01/01/2023

#2023

12/09/2022

https://youtu.be/d6f5CJEz6Ig

অনুষ্মিতা আৰু কৃতিমান ৰ
কণ্ঠৰ *লাহে লাহে* গীতটোৰ
ভিডিঅ' টো আগ বঢ়ালোঁ🥰 #2022

09/09/2022

𝔼𝕕𝕚𝕥𝕚𝕟𝕘 𝕥𝕚𝕞𝕖... ℝ𝕖𝕒𝕝𝕚𝕤𝕚𝕟𝕘 𝕋𝕙𝕚𝕤 SUNDAY🥰

15/08/2022

Full Video👉
https://youtu.be/idkg7ii6_Sc

🪖Once a soldier
will always be a soldier🥷
হে বীৰ...
তুমি মদাৰ নহয়,
তুমি এপাহী শেৱালী;
সৰাৰ পিছতো যাৰ মূল্য থাকে।।💚

❤️*মই সৈনিকৰ পত্নী*❤️
সৈনিক আৰু তেখেতসকলৰ পৰিয়ালক
শ্ৰদ্ধা জনাবলৈ সৰু প্ৰয়াস...🙏
🇮🇳জয় হিন্দ 🇮🇳

01/08/2022

Full video👉👉👉
https://youtu.be/lezrUWUtkcg

সংসাৰ চলাবলৈ যে
বহুত সংগ্ৰাম কৰিব লগে
এতিয়া হে বুজিলো..
*এমুঠি ভাত* ৰ
বাবে কিমান কষ্ট কৰিব লাগে
এজন পুৰুষেহে জানে।।
মনোৰঞ্জন বাবু ৰ
ৰচনা আৰু পৰিচালনাৰে
*এমুঠি ভাত*
সংগ্ৰামৰ এটি নাম
আগবঢ়ালোঁ আপোনালোকৰ
মৰম বিচাৰি🥰
Short Film


Address

Guwahati

Telephone

+918822019505

Website

Alerts

Be the first to know and let us send you an email when NNR Present -A Production posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share