Srimanta Sankaradeva Kalakshetra

Srimanta Sankaradeva Kalakshetra This is an Institution for preservation, protection & promotion of the rich Cultural Heritage of the various Ethnic Groups of Assam and also of the Northeast.

It is an omphalos for Art, Culture and Literature of the people of this region.

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত অস্ত্ৰ-শস্ত্ৰৰ আলোকচিত্ৰ
19/09/2023

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত অস্ত্ৰ-শস্ত্ৰৰ আলোকচিত্ৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত কাঁহ-পিতলৰ সামগ্ৰীৰ আলোকচিত্ৰ
18/09/2023

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত কাঁহ-পিতলৰ সামগ্ৰীৰ আলোকচিত্ৰ

18/09/2023

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ সকলোকে স্বাগতম জনাইছোঁ ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 'সচিত্ৰ সাঁচিপতীয়া পুথি বীথিকা'ৰ আলোকচিত্ৰ ।
16/09/2023

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 'সচিত্ৰ সাঁচিপতীয়া পুথি বীথিকা'ৰ আলোকচিত্ৰ ।

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰযাকেৰি নাহিকে উপাম ।তোহাৰি চৰণে ৰেণু শত কৌটিবাৰেক কৰোহোঁ প্ৰণাম ।।সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্...
16/09/2023

জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ
যাকেৰি নাহিকে উপাম ।
তোহাৰি চৰণে ৰেণু শত কৌটি
বাৰেক কৰোহোঁ প্ৰণাম ।।

সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ একেৰাহে ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, অভিনেতা, নাট্যকাৰ আৰু অসমীয়া সংস্কৃতিৰ গুৰি ধৰোঁতা।

আজি অসমীয়া জাতিৰ চিৰ নমস্য প্ৰাতঃস্মৰণীয় গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। এই পবিত্ৰ ক্ষণত গুৰুজনাৰ চৰণত কৌটি কৌটি প্ৰণাম যাচিলোঁ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত আৰ্হি নামঘৰ আৰু মণিকূটৰ আলোকচিত্ৰ ।
15/09/2023

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত আৰ্হি নামঘৰ আৰু মণিকূটৰ আলোকচিত্ৰ ।

'বিহু বিনন্দীয়া' শীৰ্ষক বিশ্ব অভিলেখ সৃষ্টিকাৰী অনুষ্ঠানটিৰ বিহুৱা-বিহুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰা ৩৮৪গৰাকী প্ৰশিক্ষকক...
14/09/2023

'বিহু বিনন্দীয়া' শীৰ্ষক বিশ্ব অভিলেখ সৃষ্টিকাৰী অনুষ্ঠানটিৰ বিহুৱা-বিহুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰা ৩৮৪গৰাকী প্ৰশিক্ষকক আজি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সন্মানপূৰ্বক মাননি আৰু কৃতজ্ঞতা পত্রৰে সম্বৰ্ধনা জ্ঞাপন কৰে । আজিৰ অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মহন, গুৱাহাটী লোকসভা সমষ্টিৰ মাননীয়া সাংসদ শ্ৰীযুতা কুইন ওজা, ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰীযুত পৱিত্ৰ মাৰ্ঘেৰিটা , বিধানসভাৰ মাননীয় উপাধ্যক্ষ ড০ নোমল মমিন ,মাননীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ , সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব শ্ৰীযুত বি কল্যাণ চক্ৰৱৰ্তীকে প্ৰমুখ্যে কৰি‌ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Address

Srimanta Sankaradeva Kalakshetra Path, Panjabari`
Guwahati
781037

Alerts

Be the first to know and let us send you an email when Srimanta Sankaradeva Kalakshetra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Srimanta Sankaradeva Kalakshetra:

Share