অগ্নিগড় শিল্পী সমাজ, চিনাতলী 2016

  • Home
  • India
  • Golaghat
  • অগ্নিগড় শিল্পী সমাজ, চিনাতলী 2016

অগ্নিগড় শিল্পী সমাজ, চিনাতলী 2016 বৃহত্তৰ চিনাতলীত ২০১৬ চনত গঠন হোৱা ভাওনা দল।

আজি সেৱকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি অগ্নিগড় শিল্পী সমাজে আকৌ পৰিবেশন কৰিম আমাৰ আবেগৰ নাট ভাগ। ভাওনা প্ৰেমী ৰাইজৰ উপস্থিতি...
01/03/2026

আজি সেৱকীৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি অগ্নিগড় শিল্পী সমাজে আকৌ পৰিবেশন কৰিম আমাৰ আবেগৰ নাট ভাগ। ভাওনা প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিলো।
অগ্নিগড় শিল্পী সমাজ, চিনাতলী 2016

অগ্নিগড় শিল্পী সমাজৰ হৈ সৰুৰে পৰা ভাওনাত অভিনয় কৰি আৰু দোহাৰৰ সহযোগী হৈ বিভিন্ন প্ৰতিযোগিতা মূলক ভাওনাত পুৰষ্কাৰ লাভ কৰি...
05/02/2026

অগ্নিগড় শিল্পী সমাজৰ হৈ সৰুৰে পৰা ভাওনাত অভিনয় কৰি আৰু দোহাৰৰ সহযোগী হৈ বিভিন্ন প্ৰতিযোগিতা মূলক ভাওনাত পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা ,মৰমৰ শিল্পী কেইগৰাকীক আগন্তক হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰাক ক্ষণত,দলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে, শৈক্ষিক তথা জীৱন যাত্ৰাত সফলতাৰে আগুৱাই যাবলৈ মানৱ জীৱনৰ শ্ৰেষ্ঠ আৰু অতি তীক্ষ্ণ অস্ত্ৰ সদৃশ একোটাকৈ কলম প্ৰদান কৰো।
আশা কৰোঁ তোমালোকৰ শৈক্ষিক জীৱন সূৰ্য মুখী
হওঁক।

সফলতাৰ তালিকাত পুনৰ এক নতুন সংযোজন ।  #পঞ্চম শ্ৰেষ্ঠ ভাওনাদল।ঢেকিয়াল ভাওনা প্ৰতিযোগিতা 2026 #জয়তু ভাওনা সংস্কৃতি।
05/02/2026

সফলতাৰ তালিকাত পুনৰ এক নতুন সংযোজন ।
#পঞ্চম শ্ৰেষ্ঠ ভাওনাদল।
ঢেকিয়াল ভাওনা প্ৰতিযোগিতা 2026
#জয়তু ভাওনা সংস্কৃতি।

আজি আমাৰ যাত্ৰা । সকলোৱে আশীৰ্বাদ কৰিব।
29/01/2026

আজি আমাৰ যাত্ৰা । সকলোৱে আশীৰ্বাদ কৰিব।

বৃহত্তৰ চিনাতলীবাসী ৰাইজৰ মৰমৰ ভাওনা দল অগ্নিগড় শিল্পী সমাজৰ ২০২৬ বৰ্ষৰ আৰম্ভণিতেই বৃহৎ সফলতা । দলৰ লগত জড়িত সৰ্বজনলৈ আন...
11/01/2026

বৃহত্তৰ চিনাতলীবাসী ৰাইজৰ মৰমৰ ভাওনা দল অগ্নিগড় শিল্পী সমাজৰ ২০২৬ বৰ্ষৰ আৰম্ভণিতেই বৃহৎ সফলতা । দলৰ লগত জড়িত সৰ্বজনলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আগন্তুক দিনত ভাওনা প্ৰেমী ৰাইজৰ আশীৰ্বাদ কামনা কৰিলোঁ।
আমি পৰিবেশন কৰা জনসমাদ্রিত তথা আবেগৰ নাট : গৰুড়ৰ অমৃত হৰণ , বিনতাৰ দাসত্ব মোচন।

09/01/2026
ভাওনা প্ৰেমী ৰাইজৰ আশীৰ্বাদ বিচাৰি আজি আমাৰ যাত্ৰা ।
06/01/2026

ভাওনা প্ৰেমী ৰাইজৰ আশীৰ্বাদ বিচাৰি আজি আমাৰ যাত্ৰা ।

দুলিয়াজানত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাত দললৈ সন্মান কঢ়িয়াই অনা অগ্নিগড় শিল্পী সমাজৰ দুয়োজন দক্ষ শিল্পীলৈ আন্তৰিক ...
25/12/2025

দুলিয়াজানত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাত দললৈ সন্মান কঢ়িয়াই অনা অগ্নিগড় শিল্পী সমাজৰ দুয়োজন দক্ষ শিল্পীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লগতে অনাগত দিনৰ বাবে ৰাইজৰ আশীৰ্বাদ কামনা কৰিলোঁ।
অগ্নিগড় শিল্পী সমাজ, চিনাতলী 2016

এই বছৰৰ প্ৰথমখন সদৌ অসম ভাওনা প্ৰতিযোগিতা লৈ আজি আমাৰ যাত্ৰা। স্থান: দুলিয়াজান ।সকলোৱে আশীৰ্বাদ কামনা কৰিলোঁ।
10/12/2025

এই বছৰৰ প্ৰথমখন সদৌ অসম ভাওনা প্ৰতিযোগিতা লৈ আজি আমাৰ যাত্ৰা।
স্থান: দুলিয়াজান ।
সকলোৱে আশীৰ্বাদ কামনা কৰিলোঁ।

অগ্নিগড় শিল্পী সমাজ,চিনাতলীয়ে আয়োজন কৰা প্ৰথম সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ ফলাফল।
04/11/2025

অগ্নিগড় শিল্পী সমাজ,চিনাতলীয়ে আয়োজন কৰা প্ৰথম সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ ফলাফল।

Address

চিনাতলী
Golaghat
785622

Website

Alerts

Be the first to know and let us send you an email when অগ্নিগড় শিল্পী সমাজ, চিনাতলী 2016 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share