17/12/2023
প্ৰতিযোগী নম্বৰ ~ 009
নাম ~ Robi Gupta
জিলা ~ Golaghat (Numaligorh)
༒ TIME PASS OFCL ༒ ফেচবুক Page ৰ সহযোগত ~ HAPPY NEW YEAR 2024 SPECIAL 💌
📸 ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে । গতিকে আমি আপোনালোকৰ সহায় ও সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছোঁ ।
প্ৰতিযোগিতাৰ নিয়মাৱলি ~
👉১) প্ৰতিযোগিয়ে নিজৰ নাম , ঠিকনা আৰু উ তলত উল্লেখিত WhatsApp নম্বৰত পঠিয়াব লাগিব (চেল্ফি গ্ৰহণ কৰা নহব ।)
👉২) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ হলে আপুনি আমাৰ Page টি Like আৰু Follow কৰাটো বাধ্যতামূলক ।
🚫সাৱধানতা ~ অবৈধভাৱে ৰিয়েক্ট আৰু শ্বেয়াৰ সংগ্ৰহ কৰিব চেষ্টা কৰা প্ৰতিযোগিক কোনো কাৰণবিহীনভাৱে প্ৰতিযোগিতাৰ পৰা বহিস্কাৰ কৰা হব ।
🔷 এজন ব্যক্তিয়ে মাত্ৰ এটাহে শ্বেয়াৰ কৰিব পাৰিব ।
🔷ৰিয়েক্ট (Like আৰু Comment) ওপৰত নিৰ্ভৰ কৰি দুগৰাকী বিজয়ী প্ৰতিযোগী নিৰ্বাচিত কৰা হব । ➡️ GIVE YOUR BEST 📸 💌
📸 ১টা লাইক = ১ টা ভোট
📸 ১টা Comment = ২ টা ভোট
🔴 আপুনি আমালৈ ফটো প্ৰেৰণ কৰাৰ সময়সীমা :~ প্ৰতিযোগিতাৰ সময় ~ 15//11//2023 তাৰিখৰ পৰা 02//01//2024 তাৰিখৰ ভিতৰত আমালৈ প্ৰেৰণ কৰা ফটো সমূহ প্ৰতিযোগিতাৰ বাবে বিবেচিত কৰা হব ।
🤘💠03//01//2024 তাৰিখে উক্ত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হব ।
(আমাৰ পৃষ্ঠাৰ WhatsApp নম্বৰ , যত আপোনালোকে প্ৰতিযোগিতাৰ বাবে ফটো প্ৰেৰণ কৰিব ) 🔻
সুজিত কুৰ্মী ~ 6900873168
Inquiri ~ 9864173959
🔺বিজয়ী দুই জনক Celebration Pack {Chocolate} পুৰস্কৃত কৰা হব । ➡️কিন্তিক মান দিয়া হব । দাতা PRAKASH GOWALA ( বন গাঁও)
বি:দ্ৰ :~ ১) আপোনাৰ ফোন নং ৰ সুৰীক্ষা সম্পূৰ্ণ আমাৰ হাতত ।
২) প্ৰতিযোগিতাৰ সময়সীমাৰ বাহিৰত কোনো প্ৰতিযোগয়ে ফটো প্ৰেৰণ কৰিলে গ্ৰহণ কৰা নহ'ব ।
THANK YOU 💌