Jhumka kalakendra, dergan

Jhumka kalakendra, dergan Jhumka kalakendra,is one of the most famous classical dance vocal and music institution of Dergaon,

অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত ,গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত, বিধান সভা ভিত্তিত ,ঝুম্ কা কলাকেন্দ্ৰই আয়োজন কৰ...
29/07/2026

অসম চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত ,গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত, বিধান সভা ভিত্তিত ,ঝুম্ কা কলাকেন্দ্ৰই আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাভাগিৰ আজি (28/07/026) সামৰণি অনুষ্ঠানৰ আতঁ ধৰাৰ লগতে উদ্দেশ্য বাখ্যা দিয়ে ঝুম্ কা কলাকেন্দ্ৰৰ সম্পাদিকা শ্ৰীময়ী বৰাই। অনুষ্ঠানভাগিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে শ্ৰদ্ধাৰ সত্ৰীয়া নৃত্যৰ বিশিষ্ট নৃত্যশিল্পী তিতাবৰৰ গুৰু অজিতা গোস্বামী ডাঙৰীয়ানী বাইদেৱে,ইয়াৰ পাছতেই কৰ্মশাভাগিৰ সামৰণি অনুষ্ঠানটি এটি বৰগীতেৰে শুভাৰম্ভ কৰে কৰ্মশালা অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে
। অনুষ্ঠানভাগি সভাপতিত্ব কৰে পূব মিছামৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰণৱিতা দাস ডাঙৰীয়ানীয়ে। ১৪/০৭/২০২৬ তাৰিখ পৰা ২৮ /০৭/০২৬ তাৰিখলৈকে হোৱা কৰ্মশালা ভাগিত ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া খোল বাদন, মাটিআখৰা, ঘোষাৰ ওপৰত অভিনয় ,কৃষ্ণ নৃত্য, গোপী নাচ ,৪ নম্বৰ শুদ্ধ চালি নাচৰ লগত কানাইৰ কমল মুখ বৰগীতটিৰ ওপৰত অভিনয় অংশ দাঙি ধৰা হয়। ৭৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাভাগিত তত্ত্বাবধায়ক হিচাপে উপস্হিত থাকে শংকৰী সংস্কৃতিৰ সাধক, শংকৰদেৱ সংঘৰ গোলাঘাট জিলাৰ সভাপতি গোলাপ শইকীয়া দেৱ, অনুষ্ঠানভাগিত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে গোলাঘাট জিলাৰ প্ৰশাসনৰ তৰফৰ পৰা সহকাৰী আয়ুক্ত বিষয়া ড৹ সেউজ দহোটীয়া, গোলাঘাট জিলা সাংস্কৃতিক উন্নয়ন বিষয়া শ্ৰদ্ধাৰ শান্তনু চাউলিক ডাঙৰীয়া । তিনিওগৰাকীয়ে যোগাত্মক মন্তব্যৰে অনুষ্ঠানভাগিৰ সম্পাদিকা শ্ৰীময়ী বৰাকে ধৰি সমূহ কৰ্মকতাকে শলাগ লয়।ইয়াৰোপৰি শংকৰদেৱ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জুমণি পেগু, সহকাৰী শিক্ষক বিভূতি বৰা, দাধৰা আহোম গাঁও পঞ্চায়ত সদস্যকে আদি কৰি স্হানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্হিত থাকে। সত্ৰীয়া নৃত্য,সত্ৰীয়া সংগীত, খোল বাদন শিতানৰ ওপৰত আয়োজন কৰা কৰ্মশালাভাগিৰ প্ৰশিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে অজিতা গোস্বামী,শ্ৰীময়ী বৰা,কমলাক্ষী শইকীয়াই। সুন্দৰ এটি অনুষ্ঠানেৰে কৰ্মশালাভাগিৰ সানৰণি পৰে।

28/07/2026

কৃষ্ণ সেৱা

28/07/2026
ইচ্ছুক সকলে যোগাযোগ কৰিব
23/07/2026

ইচ্ছুক সকলে যোগাযোগ কৰিব

সত্ৰীয়া সংগীত শিক্ষক সমাজ,অসমৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱসত আমাৰ ঝুম্ কা কলাকেন্দ্ৰৰ ছাত্ৰী ৰাণী দত্ত,ভাস্বতী বৰগোহাঁই বৰগীত...
29/06/2026

সত্ৰীয়া সংগীত শিক্ষক সমাজ,অসমৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱসত আমাৰ ঝুম্ কা কলাকেন্দ্ৰৰ ছাত্ৰী ৰাণী দত্ত,ভাস্বতী বৰগোহাঁই বৰগীত পৰিৱেশন কৰে।
খোলত-কুন্দলিজা বৰদলৈ
পৰিচালনা-কমলাক্ষী শইকীয়া
দিনাংক-29/01/2026।

Admission Going on July 2026 session
13/06/2026

Admission Going on July 2026 session

03/06/2026

"Another achievement: Our Principal Sreemoyee Borah hasbeen Selected as a B-High Grade Artist in Sattriya Dance by Doordarshan Kendra, Guwahati."

Address

Seujpur , Dergaon
Golaghat
SEUJPUR,DERGAON

Telephone

+918822385529

Website

Alerts

Be the first to know and let us send you an email when Jhumka kalakendra, dergan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Jhumka kalakendra, dergan:

Shortcuts

Share