01/11/2023
মৰুময় চাপৰিক সুবিশাল অৰণ্যলৈ ৰূপান্তৰ কৰা পায়েং দেৱ অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ আকৰ৷ আশৈশৱ প্ৰকৃতিৰ সৈতে একাত্ম হৈ অসমক বিশ্বৰ মানচিত্ৰত আন এক চিনাকিৰে মহীয়ান কৰা ‘অৰণ্য মানৱ’গৰাকীলৈ যোৱা কালি ওপজা দিনৰ শুভেচ্ছা যাচি, সু-স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ বাবে প্ৰকৃতিৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ লগতে তেখেতৰ অৰণ্যখনৰ জীৱন কাহিনীভাগ এখন চুটি ছবি হিচাপে আপোনালোকলৈ আগবঢ়ালো ।
Click here 👇👇??
https://youtu.be/TlbJlI_ICKY?si=sMgwViG96r26P7E5