Humour of অসম

Humour of অসম fresh memes

03/06/2022

খামচি ধৰাতকৈ খুলি দিয়াত প্ৰশান্তি আছে। অন্তত তেওঁ ভালে আছে বুলিতো কব পাৰি। এই পিনে নিজৰ বুকুত হাজাৰ কাইটৰ খোচা বিন্ধা নালাগক কিয়!
টানকৈ বন্ধা মুঠিত তেওৰ হৃদয় মৰহিব, আপোনাৰ দুচকু কতনো প্ৰশান্তিত হাহিব..?

যাবলৈ দিয়ক দুৰত থাকি ভালে থাকিবলৈ দিয়ক, কাষত থাকিও হৃদয়ত নথকাতকৈ 🙂🥀

~ দ্বীপ ৰাজ♥

20/10/2021

নিজে বিচৰা টো নাপালেও আনে বিচৰা টো দিব পৰা টো হে আচল জীৱন😊

#অলপকষ্টহয়

20/10/2021

Option তো বহুত আছে কিন্তু CaSte বেলেগ 🙂😒

28/04/2021

Address

Golaghat
785612

Website

Alerts

Be the first to know and let us send you an email when Humour of অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Humour of অসম:

Share

Category