Global Mix LIVE

Global Mix LIVE GMix LIVE is a impartial , trusted publishing media of news with varieties of talents from society.

★ গহপুৰৰ Modeling and Fashion জগতৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এক সুখবৰ......★ অহা ১৮ মাৰ্চৰ পৰা ২২ মাৰ্চলৈকে বৰ অসম ক্ৰিয়েচন...
14/03/2026

★ গহপুৰৰ Modeling and Fashion জগতৰ প্ৰতি আগ্ৰহীসকলৰ বাবে এক সুখবৰ......
★ অহা ১৮ মাৰ্চৰ পৰা ২২ মাৰ্চলৈকে বৰ অসম ক্ৰিয়েচনৰৰ উদ্যোগত গহপুৰত Glorious Gohpur শীৰ্ষক এক Fashion Workshop ৰ আয়োজন কৰা হৈছে.....
★ কৰ্মশালাৰ লগতে Photoshoot আৰু Runway Show ৰো আয়োজন কৰিছে......
★ আগ্ৰহীসকলে উল্লেখিত নম্বৰত যোগাযোগ কৰক :
9101422234 / 8638123633
★ Follow Global Mix LIVE for more updates......

26/01/2026

★ ৭৭ সংখ্যক গণতন্ত্ৰ দিৱসত গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ কলা শাখাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী সুপ্ৰিয়া অধিকাৰীৰ বক্তৃতাই মন মুগ্ধ কৰিব আপোনাৰ........
★ Follow Global Mix LIVE for more updates.......

★ আজি সন্ধিয়া মিকিৰবৰাচুক বেডমিণ্টন ক্লাৱৰ সৌজন্যত হ'ব লগা খেলখন পোনপটীয়া সম্প্ৰচাৰযোগে উপভোগ কৰক কেৱল Global Mix LIVE ত...
24/01/2026

★ আজি সন্ধিয়া মিকিৰবৰাচুক বেডমিণ্টন ক্লাৱৰ সৌজন্যত হ'ব লগা খেলখন পোনপটীয়া সম্প্ৰচাৰযোগে উপভোগ কৰক কেৱল Global Mix LIVE ত ......
★ Follow us for more updates........

11/01/2026

★ গহপুৰৰ বিশিষ্ট কণ্ঠশিল্পী পুলিন বৰুৱা ৰ " সোণালী " শীৰ্ষক বিহু গীতৰ শুভ মুক্তি......
★ তলত দিয়া লিংকটোত ক্লিক কৰি সম্পূৰ্ণ গীতটি শুনাৰ লগতে তেখেতৰ YouTube Channel টো Subscribe কৰিব বুলি আশা কৰিলোঁ......
https://youtu.be/GIUODzWgtfw?si=5ej6KBZZE66yAGus
★ Follow Global Mix LIVE for more updates.....

#বিহু #বিহুগীত

22/12/2025

★ গহপুৰৰ বাহীঁবাদক ধীৰাজ বৰা ৰ আন এক প্ৰতিভাই মুগ্ধ কৰিব আপোনাৰ......
★ মহাৰাসত অসুৰ অভিনয় কৰাৰ সময়ত বাহীঁ বাদনৰ উপৰিও এনেদৰেই অসুৰৰ বাচ‍্য উলিয়াই তেওঁ......
★ Follow Global Mix LIVE for more updates.........

#ৰাস
#বাহীঁবাদক ゚viralシfypシ゚viralシalシ

18/12/2025

★ অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুনিতা কৌশিক ৰাধা ৰূপে শ্ৰীকৃষ্ণৰ সৈতে কৰা নৃত্যই মন মুগ্ধ কৰিব আপোনাৰ.........
★ গহপুৰ কমলাপথাৰৰ মহাৰাসৰ দৃশ্য এইয়া......
★ Follow Global Mix LIVE for more updates.......

#ৰাস #কৃষ্ণ

16/12/2025

★ গহপুৰ মিকিৰবৰাচুকৰ যুৱক - যুৱতী আৰু বোৱাৰীৰ গোপী নৃত‍্যই মন মুগ্ধ কৰিলে দৰ্শকৰ......
★ ৰূপজ্যোতি যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ দৃশ্য এইয়া.......
★ পৰিচালনা : দুৰ্লভ বৰা, উত্তৰণ শিল্পী সমাজ, কলাবাৰী ।
★ Follow Global Mix LIVE for more updates......

#ৰাস #গোপী

゚viralシfypシ゚viralシalシ

15/12/2025

★ বাহীঁবাদক ধীৰাজ বৰা আৰু বিতুপন বৰা ৰ যুটীয়া সুৰে মন মুগ্ধ কৰিব আপোনাৰ.......
★ অসমৰ বিভিন্ন জিলাত বাহীঁবাদন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে দুয়োগৰাকী উদীয়মান যুৱ শিল্পীয়ে......
★ Follow Global Mix LIVE for more updates.........

#ৰাস #বাঁহী
#বাহীঁবাদক
゚viralシfypシ゚viralシalシ

14/12/2025

★ ৰাস পৰিচালনাৰ আঁৰৰ ব‍্যক্তিসকলৰ যুগলবন্দীয়ে মন মুগ্ধ কৰিব আপোনাৰ.......
★ গহপুৰৰ দুৰ্লভ বৰা, ভাস্বতী শইকীয়া, ধীৰাজ বৰা, ধ্ৰুৱ গগৈ, বিতুপন বৰা, মানস শইকীয়াৰ ৰাস পৰিচালনাৰ এক সুন্দৰ দৃশ্য এইয়া......
★ Follow Global Mix LIVE for more updates.........

#ৰাস
゚viralシfypシ゚viralシalシ

13/12/2025

★ গহপুৰৰ ককিলা চাৰিআলি ৰাইজৰ আমন্ত্ৰণ ৰক্ষা কৰি মহাৰাসৰ শ্ৰীকৃষ্ণ ভাৱত অভিনয় কৰি ৰাইজৰ মন মুগ্ধ কৰিলে গোপালপুৰৰ বোৱাৰী তথা ককিলা চাৰিআলি ডাকঘৰৰ পোষ্টমাষ্টৰ ৰূপালী ভূঞা বৰাই.........
★ ককিলা চাৰিআলি ৰাইজৰ লগতে প্ৰশিক্ষকসকলক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে তেখেতে.....
★ গহপুৰৰ ককিলা চাৰিআলি ৰাস মহোৎসৱৰ দৃশ্য এইয়া.......
★ পৰিচালনা : দুৰ্লভ বৰা, উত্তৰণ শিল্পী সমাজ ।
★ Follow Global Mix LIVE for more updates.....

#ৰাস #কৃষ্ণ ゚viralシfypシ゚viralシalシ

12/12/2025

★ গহপুৰৰ নেহৰু উচ্চতৰ মাধ‍্যমিক বিদ‍্যালয়ৰ শিক্ষয়িত্ৰী ভাস্বতী শইকীয়া ৰ কণ্ঠত মহাৰাসৰ জনপ্ৰিয় গীতে মন মুগ্ধ কৰিব আপোনাৰ.........
★ শিক্ষকতাৰ লগতে গহপুৰৰ বিভিন্ন অঞ্চলৰ মহাৰাসত গীত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যুৱ শিল্পীগৰাকীয়ে.......
★ Follow Global Mix LIVE for more updates.........

#ৰাস
゚viralシfypシ゚viralシalシ

Address

NH-15 , GOHPUR, BISWANATH (784168)
Gohpur
784168

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 4pm

Telephone

+919707505445

Alerts

Be the first to know and let us send you an email when Global Mix LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Global Mix LIVE:

Share