25/12/2020
নতুন গীত "গিলেৰীয়া" এই বছৰৰ দেৱা দাৰ শেষ কাম আৰু আহিবলগীয়া বছৰটোৰ প্ৰথম কাম। নতুন গীত, নতুন অভিজ্ঞতা, নতুন সময়। সকলোৱে আশীৰ্বাদ কৰিব আৰু সহযোগ কৰিব বুলি আশা ৰাখিলোঁ।
Lyrics - Mrinmay Kaushik
Compose & Music arranger - Harjeet Diaz
Vocals - Sagarika Sharma and me.
Guitar: Rupam Sarmah