Aaideo Talkies

Aaideo Talkies Founded in 2013.

Aaideo Talkies: Revitalizing Cinema in North East India

In the heart of North East India, Aaideo Talkies stands as a beacon of cinematic innovation, bringing the magic of the big screen to the remote corners of Assam and beyond.

17/12/2025
Amitav Borah ৰ নতুন ছবি পিশাচ চাই কেনে পালে।
03/08/2024

Amitav Borah ৰ নতুন ছবি পিশাচ
চাই কেনে পালে।

শিশু নাট কৰ্মশালাৰ সামৰণি
25/07/2024

শিশু নাট কৰ্মশালাৰ সামৰণি

21/07/2024

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, আইদেউ টকীজ আৰু উত্তৰ গুৱাহাটী নাট বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈ থকা পোন্ধৰ দিনীয়া "শিশুনাট কৰ্মশালা"ৰ আজি সামৰণি দিন। নাট কৰ্মশালাৰ অন্তত আজি সন্ধিয়া ৬ বজাত উত্তৰ গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ প্ৰেক্ষগৃহত মঞ্চস্থ হ'ব এখনি সৃজনীমূলক নাট । অনুষ্ঠানত কেইবাগৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হ'ব ।

বিহু বলিয়া ৰাইজলৈ ৰঙালীৰ শুভেচ্ছাৰে...
12/04/2024

বিহু বলিয়া ৰাইজলৈ ৰঙালীৰ শুভেচ্ছাৰে...

আইদেউ টকীজৰ প্ৰথমখন ছবিৰ বাবে দৰঙৰ লগতে বিভিন্ন ঠাইৰ শুভাকাংক্ষী ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়ায় আৰ্থিক সহযোগি...
31/03/2024

আইদেউ টকীজৰ প্ৰথমখন ছবিৰ বাবে দৰঙৰ লগতে বিভিন্ন ঠাইৰ শুভাকাংক্ষী ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়ায় আৰ্থিক সহযোগিতা। আপোনালোকৰ এই সহযোগিতা আমাৰ বাবে সদায় মাইলৰ খুঁটি হৈ ৰ'ব।

Premier Academy,group
News Assam India





25/03/2024

জেতুকা পাতৰ ৰং পৰিয়ালৰ তৰফৰ পৰা সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভকামনা জনালোঁ।




24/03/2024





18/03/2024

এই ভিডিঅ'টোৰ জৰিয়তে আমি ৰাইজ তথা বিভিন্ন দল সংগঠনৰ আৰ্থিক সহযোগিতা আশা কৰিছো-
যোগাযোগ নম্বৰ
8011419734/8638916033

আমাৰ বেংক একাউণ্ট নম্বৰ
Aaideo Talkies
A film wing of
SPARSH-AXOM
REGD. NO:
KAM(R)/264/D/165
BANK A/C No: 437301010000214
UNION BANK OF INDIA
IFSC: UBIN0543730
PAN CARD NO:AAOAS1650D
GSTIN:18AAOAS165DIZH

(বিঃ দ্ৰঃ অনুদান আগবঢ়াই Money Receipt সংগ্ৰহ কৰিবলৈ নাপাহৰিব)

Address

Mirza, Sikarhati,SPARSH-AXOM,KuhiPat Puthi Bharal
Guwahati
781125

Opening Hours

Monday 11am - 5pm
Tuesday 10am - 5pm
Wednesday 10am - 5pm
Thursday 10am - 5pm
Friday 10am - 5pm
Saturday 10am - 5pm

Telephone

+918011419734

Website

Alerts

Be the first to know and let us send you an email when Aaideo Talkies posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Aaideo Talkies:

Shortcuts

Share