Bidyut Saikia Comedy Club

Directions Contact the establishment

Bidyut Saikia Comedy Club Contact for Promotion & Live Show
on 8822544253

19/09/2026

তুমিতো সদায় আছা আমাৰ মনৰ মাজত...
সদায় জীয়াই আছা আমাৰ উশাহৰ মাজত।
তুমি নোহোৱা হোৱাৰ দিনটো পালন নকৰো দিয়া।
বেয়া নাপাবা দাদা, বিদায় দিব নোৱাৰোঁ তোমাক🙏

17/09/2026

ল'ৰাই Gate খুলি বাহিৰলৈ যায় কিয় ?🤔🤔

16/09/2026

জোনবাই বুলি কলেও বেয়া পায় 😤

ঔঁ গণেশায় নমঃ 🙏🪷🙏আজি ভন্তিকো লৈ গৈছো লগত🥰
14/09/2026

ঔঁ গণেশায় নমঃ 🙏🪷🙏
আজি ভন্তিকো লৈ গৈছো লগত🥰

গণেশ বাবায়ে মঙ্গল কৰক সকলোকেআপোনালোক সকলোলৈ গণেশ চতুৰ্থীৰ অলেখ শুভকামনা যাচিলো।
14/09/2026

গণেশ বাবায়ে মঙ্গল কৰক সকলোকে
আপোনালোক সকলোলৈ গণেশ চতুৰ্থীৰ অলেখ শুভকামনা যাচিলো।

সমস্যা এটাত পৰিছো……😒পাৰে যদি দিহা পৰামৰ্শ কিবা অলপ দিয়কচোন। আজি এমাহ ধৰি ঘৰৰ কাম একো আগবঢ়াব পৰা নাই। বৰষুণৰ বাবে মাটি পে...
13/09/2026

সমস্যা এটাত পৰিছো……😒

পাৰে যদি দিহা পৰামৰ্শ কিবা অলপ দিয়কচোন। আজি এমাহ ধৰি ঘৰৰ কাম একো আগবঢ়াব পৰা নাই। বৰষুণৰ বাবে মাটি পেলাব পৰা নাই। কতো পাবলৈ নাই মাটি। ডাষ্ট পেলালেও বাজেটৰ বহুত ওপৰত গুছি যায়। অন্য কিবা উপায় আছে যদি জনাবচোন। নাইবা নগাঁও জিলাৰ বঢ়মপুৰৰ ওচৰে পাজৰে কোনোবা ডাম্পাৰেৰে মাটি পেলোৱা মানুহ আছে যদি খবৰ দিবচোন।🙏

12/09/2026

মোৰ ডিঙি, মোৰ হাত 😭😭😭
অ' মই শেষ আজি...

সুপ্ৰভাত দেই সকলোকে 🥰🥰🥰
11/09/2026

সুপ্ৰভাত দেই সকলোকে 🥰🥰🥰

১৯৮০ চনত যেতিয়া আমি দুজন ডেকা গাভৰু আছিলো😍বহুতে আকৌ এয়া AIত বনোৱা বুলি ক'ব🤭 ওপৰত থকাখন মানুহজনীৰ বিয়াৰ আগৰ ফটো😛
10/09/2026

১৯৮০ চনত যেতিয়া আমি দুজন ডেকা গাভৰু আছিলো😍
বহুতে আকৌ এয়া AIত বনোৱা বুলি ক'ব🤭 ওপৰত থকাখন মানুহজনীৰ বিয়াৰ আগৰ ফটো😛

09/09/2026

হয়নে বাৰু কথাটো? ক'বচোন 🙏

Address

Zoo Tiniali
Gauhati
781024

Website

Alerts

Be the first to know and let us send you an email when Bidyut Saikia Comedy Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Bidyut Saikia Comedy Club:

Shortcuts

Share

Category