All Copy videos

All Copy videos All copy videos. eg:- funny, show, comedy, cinema, etc

24/09/2025

সোণাপুৰৰ পৰা
মই জুবিন গার্গক কৈছোঁ ঐ
Viral audio

21/09/2025

হে জনতাৰ শিল্পী !
তুমি গোৱাৰ দৰেই দেহৰ ভৰষা সঁচাকৈয়ে নাই ৷ অৱশ্যে, তোমাৰ শৰীৰটো কান্ধত তুলি নিবলৈ কেৱল চাৰিজনেই নহয় সমগ্ৰ গুণমুদ্ধ ৰাইজ আজি বলিয়া ৷ ব্যাকুল ৷ তোমাক কান্ধত নহয়, নিজৰ মূৰত তুলি নিছে আজি অগণনে ৷ এজন মানুহেও যদি কাৰোবাৰ মৃত্যুত কান্দিছে সেয়াও হেনো জীৱনৰ সাৰ্থকতা ৷
তেনে ক্ষেত্ৰত তোমাৰ জীৱনটো দেখোন মহা মহা মহা সাৰ্থকতা ! আজি চকুলোৰ সমুদ্ৰ ৷
আজি গানৰ সমুদ্ৰ ৷
আজি মানুহৰ সমুদ্ৰ ৷
দেখি আছাতো ? শুনি আছাতো ?
মানুহক এনেদৰে বলিয়া কৰি এই সমুদ্ৰৰ মাজেৰে কি ৰাজকীয় গাম্ভীৰ্যৰে তুমি মহা আৰামত শুই শুই আহি আছা ৷
মানুহৰ মন জিনিবলৈকে আহিছিলানে এই পৃথিৱীত ?
চোৱাচোন - মানুহে তোমাক কেনেকৈ আগবঢ়াই নিছে বুকুৰ আৱেগত কটা বাটেৰে !
সেই বাটেৰেই তোমাৰ নিজৰ মাটিলৈ কি যে ৰাজকীয় আগমন !
কি যে আদৰণি ৷
জুবিন - তোমাক নশ্বৰ দেহ বুলি কেনেকৈ কওঁ, মানুহৰ হৃদয়ত দেখোন তুমি অবিনশ্বৰ হ’ল ৷
নিজেই নিজলৈ প্ৰাৰ্থনাৰ দৰে গীত ৰচিলা !
আজি কি ৰজা কি প্ৰজা !
“মায়াবিনী“--- তুমিতো অবিনাশী হ’লা ৷
Zubeen Garg

21/09/2025

জুবিন দাক শেষ বাৰৰ বাবে চাবলৈ লাখ লাখ অগণন গুণমুগ্ধৰ প্ৰচণ্ড আৱেগ। সৰুসজাইৰ দৃশ্য।

21/09/2025

LEGEND for many reasons!




(Zubeen Garg, Zubeen da, Rest in Peace Zubeen garg)

21/09/2025

বহুসংখ্যক অতি জনপ্রিয় বাংলা গীতৰ জৰিয়তে আমাৰ প্ৰিয় জুবিন গাৰ্গে পশ্চিমবংগৰ সাংস্কৃতিক পৰিসৰতো এক নিগাজী ঠাই দখল কৰিছে। অসমৰ দৰে বংগতো তেওঁৰ কণ্ঠ আৰু সংগীতৰ অগণন অনুৰাগী। আজি বাংলা চলচ্চিত্র সমাজে মহান শিল্পীগৰাকীক স্মৰণ কৰি অনুষ্ঠিত কৰা এই শোকসভা প্রত্যক্ষ কৰা এই ক্ষণ আমাৰ বাবেও বিশেষ।
While Assam was his home, Zubeen had a huge fan following in Bengal owing to the large numbers of songs he sang in Bengali.

It is heartening to see the film fraternity of Bengal pay their tribute to the legendary artist.

Bharat will miss him!

26/11/2023
26/11/2023
07/11/2023

Part 3 (next part coming soon)

06/11/2023

Part 2 (next part coming soon)

Address

MORIGAON
Gauhati
782121

Website

Alerts

Be the first to know and let us send you an email when All Copy videos posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category