Jhankar Dance Studio

Jhankar Dance Studio “Dance is the hidden language of the soul of the body.” –
Martha Graham

Saraswati Puja 2025 🙏
03/02/2025

Saraswati Puja 2025 🙏

Jhankar Dance Studio Summer Dance Workshop 2024 Group Aধুনিয়া সময় খিনি ইয়াতেই সাচিঁ ৰাখিলোঁ।  #নাচেইজীবন
20/07/2024

Jhankar Dance Studio
Summer Dance Workshop 2024
Group A

ধুনিয়া সময় খিনি ইয়াতেই সাচিঁ ৰাখিলোঁ।
#নাচেইজীবন

Starting your day with the goodness of yoga. It can give your life a wonderful makeover. A very Happy International Yoga...
21/06/2024

Starting your day with the goodness of yoga. It can give your life a wonderful makeover. A very Happy International Yoga Day 🙏

20/05/2024
Happy independence day 🇮🇳🇮🇳🇮🇳🙋🏻‍♂️
15/08/2023

Happy independence day 🇮🇳🇮🇳🇮🇳🙋🏻‍♂️

HAPPY INDEPENDENCE DAY 🇮🇳🇮🇳I HOPE YOU WILL BE LOVE THIS VIDEO , PLEASE DO LIKE , SHARE , COMMENTS AND SUBSCRIBE THANK YOU 🙏JHANKAR DANCE STUDIO ♥️ STUDE...

Happy Independence Day 🇮🇳
14/08/2023

Happy Independence Day 🇮🇳

"উদিত সূৰ্য্য বঁটা ২০২৩"পূৰ্বাঞ্চল ৰাইজিং ডান্চ একাডেমী ৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে মোক নৃত্যৰ ক্ষেত্ৰ ...
14/07/2023

"উদিত সূৰ্য্য বঁটা ২০২৩"

পূৰ্বাঞ্চল ৰাইজিং ডান্চ একাডেমী ৰ উদ্যোগত আয়োজিত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে মোক নৃত্যৰ ক্ষেত্ৰ খনত নিয়োজিত হৈ থাকি নিৰৱচ্ছিন্ন ভাৱে কাম কৰি যাবলৈ প্ৰেৰণা আৰু উৎসাহ প্ৰদান কৰাৰ বাবে মই পূৰ্বাঞ্চল ৰাইজিং ডান্চ একাডেমী ৰ সমূহ কৰ্মকৰ্তা লগতে মোৰ বন্ধু নৃত্য পৰিচালক জিন্টু বৰপূজাৰী লৈ মোৰ আন্তৰিক কৃতজ্ঞতা, শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ।
নৃত্যৰ বাহিৰে আন একো কৰিবলৈ বা ভাবিবলৈ চেষ্টাই নকৰিলো। নৃত্যকেই জীবন বুলি সাৱটিলো। নৰ্তক হিচাবে সদায় এটাই বিছাৰিম, এই নৃত্যৰ নদী খন হৃদয়ৰ পৰা হৃদয়লৈ বৈ থাকক.. প্ৰতিজন নৃত্য প্ৰেমীৰ জীবন হৈ পৰক #নাচেইজীবন ।
এই "উদিত সূৰ্য্য বঁটা" মোৰ প্ৰতিজন দৰ্শকৰ আশীৰ্বাদ হিচপে আকোৱালি ললো 🙏

Address

Gauhati
781024

Alerts

Be the first to know and let us send you an email when Jhankar Dance Studio posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category