30/08/2026
🌈 মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম,
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম। ❤️
🎤 কণ্ঠ: জিষ্ণু শ্ৰেয়া চৌধুৰী
✍️ কথা: বিষ্ণু প্ৰসাদ ৰাভা
🎬 সম্পাদনা: ভৰত চাহু
🌿 জিষ্ণু শ্ৰেয়া চৌধুৰীৰ এই সুন্দৰ সৰু প্ৰচেষ্টাক “সৰ্বমঞ্চ Assam” ৰ জৰিয়তে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ।
#আপোনালোক যদি আগ্ৰহি তেন্তে আমাৰ " সৰ্বমঞ্চ Assam " ৰ WhatsApp Groupt join হবলৈ তলৰ লিংকত ক্লিক কৰক।
https://chat.whatsapp.com/D9OnMyeAltk8zcqxPjlyrj
আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু মূল্যৱান মতামত জনাবলৈ নাপাহৰিব। 🙏
আশা কৰোঁ, আপোনালোকে মৰমেৰে গ্ৰহণ কৰিব।
🌟 সৰ্বমঞ্চ Assam — অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিভাসমূহক এখন মঞ্চলৈ অনাৰ এক সৰু প্ৰয়াস।
আপোনাৰো কোনো প্ৰতিভা আছে নেকি?
🎤 গান | 💃 নাচ | 🎭 অভিনয় | ✍️ কবিতা | 📖 সাহিত্য | 🎬 অন্যান্য সৃষ্টিশীল প্ৰতিভা
📩 আপোনাৰ প্ৰতিভাৰ ভিডিঅ’ আমালৈ পঠিয়াব পাৰে।
আমাৰ এই যাত্ৰাক সফল কৰিবলৈ আপোনালোকৰ সহযোগিতা, মৰম আৰু উৎসাহ কামনা কৰিলোঁ। ❤️
👉 “সৰ্বমঞ্চ Assam” পেজটো Follow কৰি থাকক আৰু পোষ্টটো Share কৰিবলৈ নাপাহৰিব।
❤️ জয় আই অসম!
#সৰ্বমঞ্চAssam #অসমৰপ্ৰতিভা #গান #অসমীয়াগান #জিষ্ণুশ্ৰেয়াচৌধুৰী