26/04/2023
"বেজেৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ" উদ্যোগত , ২৭ এপ্ৰিল তাৰিখে সন্ধিয়া ৬ বজাৰ পৰা স্থানীয় শিল্পীৰ গীত মাতৰ অনুষ্ঠান আৰম্ভ হ'ব । গতিকে সমূহ ইচ্ছুক ল'ৰা- ছোৱালীকে তেওঁলোকৰ নামসমূহ সন্ধিয়া ৫ বজাৰ আগতেই কমিটিৰ হাতত দি দিয়ে যেন । অন্যথা ৫ বজাৰ পিছত আমি নামসমূহ লব নোৱাৰিম । তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।
ধন্যবাদেৰে
সম্পাদক
বেজেৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন