ভ্ৰাম্যমাণ নাটক

ভ্ৰাম্যমাণ নাটক ভ্ৰাম্যমাণৰ

10/08/2026

২০২৬-২৭ নাট্যবৰ্ষৰ ৰাজধানী থিয়েটাৰ
নাট্যকাৰ প্ৰশান্ত মেনাৰ ৰচনা আৰু পৰিচালনাৰে ‘মহাবলী মধুবালা’ নাটখনৰ এটি সুন্দৰ দৃশ্য।
অভিনয়ত — মৃদুল বৰুৱা আৰু সীমান্ত কাশ্যপ।

10/08/2026

থিয়েটাৰ সূৰ্য্যৰ মঞ্চআখৰা পূৰ্ণগতিত।
১৬ আগষ্টৰ পৰা নাট্যযাত্ৰাৰ শুভাৰম্ভ।

#ভ্ৰাম্যমান_নাটক

ভ্ৰাম্যমাণ থিয়েটাৰৰ সুদৰ্শন অভিনেতা  প্ৰসেনজিত বৰা দাদা লৈ জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ । অনাগত দিনবোৰে যেন আপো...
10/08/2026

ভ্ৰাম্যমাণ থিয়েটাৰৰ সুদৰ্শন অভিনেতা প্ৰসেনজিত বৰা দাদা লৈ জন্মদিনৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ‌ । অনাগত দিনবোৰে যেন আপোনাৰ জীৱনলৈ সুখৰ বার্তা কঢ়িয়াই আনে তাৰেই কামনা কৰিলো । সদায় সুখি আৰু সু-স্বাস্থ্যবান হৈ থাকক তাৰে কামনাৰে শুভ জন্ম দিন । 🎂🎂🎂

অতীতৰ পুৰণি মকুন্দ থিয়েটাৰৰ এখন পুৰণি পোষ্টাৰ আগবঢ়ালোঁ। ❤️ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণালী দিনৰ কিছু স্মৃতি সোঁৱৰাই দিয়া এ...
10/08/2026

অতীতৰ পুৰণি মকুন্দ থিয়েটাৰৰ এখন পুৰণি পোষ্টাৰ আগবঢ়ালোঁ। ❤️
ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণালী দিনৰ কিছু স্মৃতি সোঁৱৰাই দিয়া এই পুৰণি পোষ্টাৰখন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। 🙏

10/08/2026

আজি থিয়েটাৰ ৰুদ্ৰৰ লাইখুঁটা স্থাপন কৰা হয়৷ দলটোৱে অহা ২২ আগষ্টৰ পৰা নাট্যযাত্ৰা আৰম্ভ কৰিব৷ তেওঁলোকে এইবৰ্ষত নিবেদন কৰিবলগীয়া নাট তিনিখন হৈছে বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ মন বাগিছাৰ মজনু, মোৰ প্ৰেয়সী তোমালৈ আৰু চন্দন জ্যোতি ভূঞাৰ এজাক বৰষুণৰ অপেক্ষাত৷

09/08/2026

থিয়েটাৰ সূৰ্য্য মঞ্চ আখৰা

#ভ্ৰাম্যমান_নাটক

ভ্ৰাম্যমাণৰ মঞ্চলৈ পুনৰ উভতিব সুদৰ্শন অভিনেতা  #ৰাজকুমাৰ ।।আগন্তুক ২০২৭-২৮ নাট্যবৰ্ষত ভ্ৰাম্যমাণৰ এখন আগশাৰীৰ নাট্যদলৰ স...
09/08/2026

ভ্ৰাম্যমাণৰ মঞ্চলৈ পুনৰ উভতিব সুদৰ্শন অভিনেতা #ৰাজকুমাৰ ।।
আগন্তুক ২০২৭-২৮ নাট্যবৰ্ষত ভ্ৰাম্যমাণৰ এখন আগশাৰীৰ নাট্যদলৰ সৈতে আজি চুক্তিবদ্ধ হ’ল মঞ্চ তথা বোলছবি জগতৰ জনপ্ৰিয় ৰোমাণ্টিক হিৰ’ #ৰাজকুমাৰ।
বিৰতিৰ পাছত পুনৰ ভ্ৰাম্যমাণৰ মঞ্চত ৰাজকুমাৰক দেখিবলৈ পাবলৈ সাজু নাট্যপ্ৰেমী দৰ্শক।

ৰাজগুৰু মিনি থিয়েটাৰৰ ২০২৬-২৭ নাট্যবৰ্ষৰ প্ৰথমখন পোষ্টাৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত নলবাৰীৰ পবিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰ...
09/08/2026

ৰাজগুৰু মিনি থিয়েটাৰৰ ২০২৬-২৭ নাট্যবৰ্ষৰ প্ৰথমখন পোষ্টাৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত নলবাৰীৰ পবিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰ প্ৰাঙ্গনত মুকলি কৰা হয় !

#ভ্ৰাম্যমান_নাটক

09/08/2026
07/08/2026

#সুদৰ্শন_থিয়েটাৰ পূৰ্ণ গতিত আখৰা চলিছে

#ভ্ৰাম্যমান_নাটক

Address

Gauhati

Website

Alerts

Be the first to know and let us send you an email when ভ্ৰাম্যমাণ নাটক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share