20/04/2023
Please click the link and like comment and share
https://m.facebook.com/story.php?story_fbid=609929677822885&id=100064175739311&sfnsn=wiwspmo&mibextid=RUbZ1f
প্ৰতিযোগী: ১২৬
জিলা: কামৰূপ
নাম: যুগস্মিতা শৰ্মা
ঠিকনা: বিজয়নগৰ
ফটো প্ৰেৰণ কৰাৰ শেষ তাৰিখ ৩০ জেঠ
অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোতকৈ চেনেহৰ ৰঙালী বিহুটি নেপাতি কেনেকৈ থাকো॥
হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্র কেইটামান দিন বাকী আছে তাৰ বাবে আমি Apurba bahratduas friends club ফেচবুক পেজে সদৌ অসম ভিত্তিত এখন ফটো প্ৰতিযোগীতা আয়োজন কৰিছো॥
গতিকে ইছুক সকলক ইয়ালৈ what,s app ৰ জৰিয়তে নিজৰ ফটো প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।
আমাৰ what,s app নম্বৰ
৯৬৭৮৩৬২৯৬৭
* আপোনালোকৰ নম্বৰ আমাৰ হাতত সম্পুৰ্ণ সুৰক্ষিত*
প্ৰতিযোগীতাৰ নিয়মাৱালী-
১. প্ৰতিযোগীসকলে অসমীয়া বিহু সাজ পোছাক পৰিধান কৰি অংশগ্ৰহন কৰিব লাগিব।
২. প্ৰতিযোগীসকলে পেজটো like কৰাটো বাধ্যতামুলক।
৩. ফটোপ্ৰেৰণ কৰাৰ সময়ত ৰাতিপুৱা ৮বজাৰ পৰা ৰাতি ১০ বজালৈ।
৪. এজন লোকৰ মাত্র এটা কমেন্ট, এটা চেয়াৰ , আৰু এটা লাইক ফলাফলৰ বাবে ধৰা হব।
৫. ফটো প্ৰেৰণ কৰা অন্তিম তাৰিখ জেঠৰ ৩০ তাৰিখ ১০বজালৈ।
৬.পুৰুষ, মহিলা আৰু কনমানি সকলোৱে অংশগ্ৰহন কৰিব পাৰিব।
৭. জেঠৰ ৩০ তাৰিখে নিশা ১০ বজাত প্ৰতিযোগীতাৰ ফলাফল ঘোষনা কৰা হব।বিজয়ী প্ৰতিযোগীক সৰু ধনৰ টোপোলাৰে পুৰস্কিত কৰা হব।
১ লাইক = ৩ নম্বৰ
১ কমেন্ট = ৫ নম্বৰ
১ চেয়াৰ = ১০ নম্বৰ