17/08/2023
আপোনালোকৰ আশীৰ্বাদত আমাৰ লঘূ উদ্যোগ DETERGENT POWDER (SURF) FACTORY দিনক দিনে আগুৱাব পাৰিছো । আমাৰ TIGER EXEL SURF ৰাইজে আকোঁৱালি লোৱাৰ বাবে ধন্যবাদ। আৰু এনেকৈয়ে আশীৰ্বাদত দি থাকিব বুলি আশা ৰাখিলোঁ। আপোনালোকে আমাৰ TIGER EXCEL SURF ওচৰতে পাবলৈ তলৰ ঠিকনা আৰু ফোন নম্বৰত যোগাযোগ কৰক। আমি কেনেকৈ আমাৰ TIGER EXCEL SURF আপোনালোকে তলৰ VIDEO টোত LIVE দেখা পাব ।
M/S BORI ENTERPRISE
GALI MECHAKI, NEAR GALI BAZAR
JONAI, DHEMAJI, ASSAM
PIN. NO. 787060
PH. NO. 8638569035, 9957440109