Samannai sanskritik kendra

Samannai sanskritik kendra we focus on Assamese language and culture. We teach yoga,recitation, puppetry, Mandala/zentriangle/doddle art,classical music, regional songs,art and craft etc

07/07/2024
২০ আৰু ২১ মেত বৈকুণ্ঠপুৰ মইনা পাৰিজাতৰ শিশু সমাৰোহ অনুষ্ঠিত হয়।তাৰে কিছু স্থিৰ দৃশ্য  আপোনালোকলৈ আগবঢ়ালো।
21/05/2023

২০ আৰু ২১ মেত বৈকুণ্ঠপুৰ মইনা পাৰিজাতৰ শিশু সমাৰোহ অনুষ্ঠিত হয়।তাৰে কিছু স্থিৰ দৃশ্য আপোনালোকলৈ আগবঢ়ালো।

I want to share some memories of street play of Mrinaljyoti Rehabilitation 's students.মৃনালজ্যোতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাট...
16/05/2023

I want to share some memories of street play of Mrinaljyoti Rehabilitation 's students.মৃনালজ্যোতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাটৰ নাটৰ কিছু চিত্ৰ আপোনালোকৰ লগত ভগাবৰ মন গ'ল।

আজি পুৱা বেলতলাৰ  লক্ষী মন্দিৰত নাতিনী কিয়াৰ জন্মদিনৰ উপলক্ষত শৰাই আগবঢ়াই। ২,৩০ বজাত ঘৰতে চুগাৰ ফ্ৰীৰ কেক কাটি জন্মদিন...
13/04/2023

আজি পুৱা বেলতলাৰ লক্ষী মন্দিৰত নাতিনী কিয়াৰ জন্মদিনৰ উপলক্ষত শৰাই আগবঢ়াই। ২,৩০ বজাত ঘৰতে চুগাৰ ফ্ৰীৰ কেক কাটি জন্মদিন উদযাপন কৰি আমি ৩ বজাত ওলাই আহিলো।আজি বঙাইগাঁওতে ৰ'ম বুলি ভাবিছো।

আজি পুৱাই আমি দুয়ো ওলালো গাড়ীৰে হায়দৰাবাদলৈ বুলি।আজিৰ  গন্তব্য  স্থান গুৱাহাটীৰ সৰু জীয়াৰীৰ ঘৰ। কাইলৈ সৰু নাতিনী কিয...
12/04/2023

আজি পুৱাই আমি দুয়ো ওলালো গাড়ীৰে হায়দৰাবাদলৈ বুলি।আজিৰ গন্তব্য স্থান গুৱাহাটীৰ সৰু জীয়াৰীৰ ঘৰ। কাইলৈ সৰু নাতিনী কিয়াৰ জন্মদিন। সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো।গাড়ীৰ চালক মোৰ প্ৰিয়তম জীতেন অধ্যাপক ।

১৯৪২ৰ গণ আন্দোলন আৰু অসমৰ ছাত্ৰ সমাজৰ ভূমিকা
25/07/2022

১৯৪২ৰ গণ আন্দোলন আৰু অসমৰ ছাত্ৰ সমাজৰ ভূমিকা

Movement of 1942 in Assam mainly students decision of Cabinet mission and Election in Assam in 1946

১৯৪২ চনৰ গনআন্দোলনৰ বিষয়ে জানো আহা
16/07/2022

১৯৪২ চনৰ গনআন্দোলনৰ বিষয়ে জানো আহা

Learn about why and how the movement of 1942 happened

১৯৩৭ চনত  অসমত মন্ত্ৰীসভা আৰু ২য় বিশ্বযুদ্ধত ভাৰত
09/07/2022

১৯৩৭ চনত অসমত মন্ত্ৰীসভা আৰু ২য় বিশ্বযুদ্ধত ভাৰত

Government in Assam in 1937 and 2nd World War and India

ঘূৰণীয়া মেজমেল সমূহ আৰু১৯৩৫ চনৰ ভাৰত শাসন আইনৰ বিষয়ে জানো আহক।
03/07/2022

ঘূৰণীয়া মেজমেল সমূহ আৰু১৯৩৫ চনৰ ভাৰত শাসন আইনৰ বিষয়ে জানো আহক।

Round table conferences and Government of India Act 1935

Address

Duliajan
786602

Opening Hours

10am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Samannai sanskritik kendra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share