Purnimar Junak Nikha

Purnimar Junak Nikha আমি অসমীয়া নহও দুখীয়া বুলি সান্তনা লভিলে নহব
���������

17/11/2025



জুবিন দা,
নভবাকৈ আকৌ বৰ ব্যস্ত হৈ পৰিব লগা হৈছে। কালি তোমাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঢেঁকীয়াজুলিলৈ মাতিলে , পুৱাই গৈ ৰাতিহে ঘৰ সোমাইছোহি। আজি আকৌ ন্যায়িক আয়োগৰ ওচৰলৈ যাব লগা আছে তোমাৰ কেচটোত । তাত আকৌ নটাৰী কৰিহে ষ্টেটমেণ্ট দিব পাৰি, গতিকে দিনটো তাতেই যাব। গধূলিলৈ তোমাৰ বাৰ্থডে' গানটোৰ কাম কৰিম। আগৰ দৰেই এইবাৰো ১৭ তাৰিখৰ পৰাই তোমাৰ বাৰ্থডে' ৰ কাম আৰম্ভ হ'ব। ১৮ তাৰিখে ইমান ঠাইত যে পাতিছে সকলোলৈকে মোকো মাতিছে। মই পিছে জনাই দিছোঁ ১৭ আৰু ১৮ তাৰিখে অকল গুৱাহাটীতহে থাকিম। সোণাপুৰলৈ এপাক যাম। বৌৰ লগত অলপ সময় থাকিম, গীতানগৰ ফিল্ডলৈ যাম, চিটি কলেজৰ ফিল্ডলৈও যাম। বাকীবোৰ ঠাইৰ অনুষ্ঠানবোৰে এদিন দুদিনকৈ মোৰ সুবিধা মতে পিছুৱাই লৈছে। সেই যে তুমি মই একেলগে ফাংচন কৰাৰ সময়ত বিহু কমিটিবোৰে তাৰিখবোৰ মিলাই লৈছিল তেনেকৈ।
তোমাৰ বাৰ্থডে'ৰ পাছদিনা মালিগাও ৰে'লৱে মজদুৰ সংঘই পাতিছে। একেদিনাই পাঠশালাতো। পিছদিনা আকৌ গৈ পাব লাগিব তোমাক প্ৰতিবছৰে আমন্ত্ৰণ জনোৱা শিৱসাগৰ চেপনৰ বিহু বাকৰি ।২১ তাৰিখে পাতিছে তিতাবৰত। ২২ তাৰিখে বিশ্বনাথ চাৰআলিত...
অ' এইবাৰ মোৰ ইউটিউবৰ ইনকামো বাঢ়িছে ,কাৰণ ৰাইজে তোমাৰ গানকে শুনি আছেতো।মই সেই টকাটো সোণাপুৰত দিনে ৰাতিয়ে তোমাৰ হৈ কাম কৰি থকা ল'ৰা-ছোৱালী কেইটাক দিম বুলি ভাবিছোঁ। ঠিকেই আছেনে?
বাকী "ৰৈ ৰৈ বিনালে" চলি আছে। পগলা কিছুমানে পাইৰেচি কৰিছে আৰু। সকলোতে আমাৰ টেঙা এগাল থাকেই নহয়। টেনশ্যন নল'বা, ZG গেং, ৰবীন আৰ্মী আৰু শ্যামন্তক দা, ৰাজেশ দাহঁতে পুৰা লাগি আছে। পুলিচেও হেপ্ল কৰিছে দেই ।OK Take rest. বাৰ্থডে'ৰ আগদিনা ৰাতি ১২ টাত আহি আছোঁ তোমাৰ ওচৰলৈ ….

I've just reached 300 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
16/11/2025

I've just reached 300 followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

06/03/2025
19/09/2024

Super hit south movie....

I have reached 200 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉
07/09/2024

I have reached 200 followers! Thank you for your continued support. I could not have done it without each of you. 🙏🤗🎉

🙏🙏🙏আকৌ কৈছোঁ বেয়া নাপাব দেই🙏🙏                      🤣🤣🤣🤣
04/07/2024

🙏🙏🙏আকৌ কৈছোঁ বেয়া নাপাব দেই🙏🙏
🤣🤣🤣🤣

Address

Duliajan
786191

Telephone

+919101531559

Website

Alerts

Be the first to know and let us send you an email when Purnimar Junak Nikha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Purnimar Junak Nikha:

Share