D R E A M life

D R E A M life “Dream as if you'll live forever, live as if you'll die today.” for daily update please like and follow us

28/08/2025

নমস্কাৰ গ্ৰহণ কৰিব ।
সৰ্বপ্ৰথমে DREAM life পেজলৈ আদৰণি জনাইছোঁ ।
DREAM life পেজৰ তৰফৰ পৰা এখনি ফটো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে । DREAM life পেজৰ জৰিয়তে ফটো প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰি আমি আমাৰ মাজত লুকাই থকা বহুতো শিশু, পুৰুষ আৰু মহিলাক আপোনালোকৰ আগত অকণমান হ'লেও চিনাকি কৰাই দিম ।
বৰ্তমান সময়ছোৱাত CONTENT CREATOR সকলৰ বিভিন্ন চেলেঞ্জৰ লগতে সকলোৰে সহায় হোৱোকৈ এই প্ৰতিযোগিতাভাগি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ।
গতিকে সকলোৱে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ ।

== প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ ==
১/ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আপোনাৰ ফটোখন মাৰ্জিত সাজ-পোচাকৰ হোৱাৰ লগতে উন্নত মানদণ্ডৰ হোৱাটো প্ৰয়োজনীয় ।
২/ এই প্ৰতিযোগিতাত শিশু, পুৰুষ, মহিলা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব ।
৩/ প্ৰথম বিজয়ী ৩ গৰাকী প্ৰতিযোগীক আকৰ্ষনীয় পুৰস্কাৰে পুৰষ্কৃত কৰা হ'ব ।
প্ৰথম পুৰস্কাৰ - ৩০০ টা ষ্টাৰ
দ্বিতীয় পুৰস্কাৰ-২০০ টা ষ্টাৰ
তৃতীয় পুৰস্কাৰ-১০০ টা ষ্টাৰ

৪/ প্ৰতিযোগী সকলে DREAM Life পেজটো লাইক আৰু follow কৰাটো বাধ্যতামূলক । অন্যথা ফটোসমূহ প্ৰতিযোগিতাৰবাবে গ্ৰহণ কৰা নহ'ব ।
৫/ লাইক আৰু চেয়াৰৰ ভিত্তিত ফটোসমূহ বাচনি কৰা হ'ব । সেয়েহে প্ৰতিযোগিৰ ফ'টোখন আমাৰ পেজৰ পৰা চেয়াৰ হ'ব লাগিব ।
৬/ ফটোসমূহ গ্ৰহণ কৰা অন্তিম তাৰিখ ২০ চেপ্তেম্বৰ ২০২৫ । সেয়ে অতি সোনকালে আপোনাৰ ফটোখন আমালৈ প্ৰেৰণ কৰিব ।
৭/ প্ৰতিযোগিতাখনিত নুন্যতম ৩০০(300) গৰাকীতকৈ কম প্ৰতিযোগী হ'লে, প্ৰতিযোগিতাখনি বাতিল কৰা হ'ব ।
৮/ Like আৰু Share সমূহ ২১ চেপ্তেম্বৰ ২০২৫তাৰিখে গণনা কৰা হ'ব আৰু ফলাফল সমূহ সন্ধিয়া ৬ বজাৰ পাছত আমাৰ পেজৰ যোগেদি ঘোষণা কৰা হ'ব ।

গতিকে পেজখন Follow কৰিবলৈ নাপাহৰিব ।
______________________
ইচ্ছুক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে তেওঁৰ ফটো হোৱাতচেপৰ যোগেদি আমালৈ প্ৰেৰণ কৰিব পাৰে.....
___হোৱাটচাপ নম্বৰ___
৭৮৯৬২০৯২৮২(7896209282) নতুবা
৮৮২২১৬৬৪০৮(8822166408)
ফটোসমূহৰ লগত নাম, ঠিকনা আমালৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব.....

মনদিব,
২০ চেপ্তেম্বৰ ২০২৫ তাৰিখেই হ'ল ফটো সমূহ লোৱাৰ অন্তিম তাৰিখ । সেয়ে অতি সোনকালেই আপোনাৰ আপোন আৰু প্ৰিয় ফটোখন আমালৈ প্ৰেৰণ কৰক ।
এই Postটো যিয়েই চাই আছে তেওঁ তলত গৈ চেয়াৰ বুটামটোত চুই আগলৈ চেয়াৰ কৰি আপোনাৰ অতিকৈ আপোনজনৰ লগতে সকলোৰে মাজত প্ৰচাৰ কৰি দিয়ক । যাতে তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে ।
অনুগ্ৰহ কৰি আমাৰ পেজটো Like, Follow আৰু Share কৰিব ।

👉 মাজে মাজে ইংৰাজী শব্দ দিয়াৰ বাবে ক্ষমা কৰিব ।

"চিৰ চেনেহী মোৰ ভাষা জননী"......
"জয় আই অসম"

ধন্যবাদেৰে....
DREAM life

সদায় নতুন নতুন আপডেত পাবলৈ পেজখন লাইক কৰিব ।
20/11/2024

সদায় নতুন নতুন আপডেত পাবলৈ পেজখন লাইক কৰিব ।

14/01/2024

আজি তোমাকে চুৰ কৰিব যাম।

❤️❤️
31/10/2023

❤️❤️

 😰😨😰
30/10/2023

😰😨😰

Aru you play this game?
29/10/2023

Aru you play this game?

29/09/2023

Sorry Flipkart
আমি গৰীব মানুহ
যিমান অফাৰ দিলেও মিছা
😬😬

26/09/2023

বৰ ভাল পাওঁ ভাল পাওঁ কৈ থাক' নহয়
দুৰ্গাপূজা আহি আছে,
কাপোৰ কিনি দিবি আহ
🤗🤭😍

Address

Doom-Dooma
786151

Telephone

+917896209282

Website

Alerts

Be the first to know and let us send you an email when D R E A M life posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to D R E A M life:

Share