PUHOR

PUHOR Creativity .

❤️ তুমি সুবাস অসমীৰে ❤️   ❤️ তুমি সুবাস সৃষ্টিৰে ❤️স্থানঃ বেতনি গাওঁ , খোৱাং ।( বেতনি চাৰিআলিৰ পৰা খোৱাংলৈ যোৱা পথটোৰ ওপ...
01/10/2025

❤️ তুমি সুবাস অসমীৰে ❤️
❤️ তুমি সুবাস সৃষ্টিৰে ❤️
স্থানঃ বেতনি গাওঁ , খোৱাং ।
( বেতনি চাৰিআলিৰ পৰা খোৱাংলৈ যোৱা পথটোৰ ওপৰত থকা ৰেলৰ দলং খনত )

💝💝
03/12/2022

💝💝

স্মৃতি এটা লিখক আপোনাৰ এই দিন বোৰৰ।

🥲🥲
29/11/2022

🥲🥲

জীৱনৰ অধিকাংশ মধুৰ সময় পৰিয়াল পোহপাল দিয়াৰ তাগিদাত যাত্ৰী বাহী গাড়ী চালকৰ আসনত বহি বহিয়ে পাৰ কৰিলো । বহু জনৰ লগত চিনা পৰিচয় হলো । বহুজনক সামৰ্থ্য অনুযাযী সহায়ো কৰিলো ।
( অজানিতে যদি কাৰোবাৰ মনত দুখ লগা কিবা কথা কৈছিলো ক্ষমা কৰি দিয়ে যেন )

অসম খন বাৰুকৈ এপাক ঘুৰাৰ সৌভাগ্যও ঘটিল । অসমৰ বাহিৰেও বহি ৰাজ্য যেনে - আগৰতলা , নেপাল , মেঘালয় , ভূটান , অৰুনাচল , নাগালেন্ড আনকি ম্যানমাৰ , বাৰ্মা লৈও ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিছিলো ।

চালক / ড্ৰাইভাৰ বুলি কলে এচাম মানুহে আমাক কিয় ইমান হেয় জ্ঞান কৰে । আমিবোৰ মানুহৰ শাৰীত নপৰো নেকি । তলৰ ছবি খন তাৰেই এক জলন্ত উদাহৰণ । ফটো খন কত তুলিছিলো নকও কাৰোবাৰ চিনাকী পদুলিও হব পাৰে । বিয়া ঘৰৰ সকলোলৈকে ভাত খাবলৈ ঠাই হল । ঠাই নহল কেৱল ড্ৰাইভাৰ হেন্দিমেন দুজনলৈ ।
সকলো ৰইজক মই এটা কথাই অনুৰোধ জনাও আমিও একোজন শিক্ষিত নিবনোৱা যুৱক । কপালত চাকৰি নিলিখিলে । জীৱনত কিবা এটাতো কৰিবই লাগিব গতিকে চালক হলো । কাইলৈ যদি আপোনাৰ সন্তানটিয়েও আমাৰ কৰ্মৰাজি অনুকৰণ কৰিব বিছাৰে আপোনাৰ মনত পৰিবনে নিশা ১২ বজাত মোক গাড়ীৰ পিছফালে পকি পথৰ ওপৰত দিয়া আৰু মই খুওৱ তৃপ্তিৰে খোৱা অন্ন মুঠিলৈ ।

© Saurav

29/11/2022
19/07/2022

❣️"খোৱাং"❣️ , এই নামৰ অৰ্থ হৈছে "স্বৰ্গৰ দুৱাৰ মুখ" ।
এইখন ঠাইৰ লগত কাৰ কাৰ স্মৃতি তথা মৰম আৰু ভালপোৱা জড়িত হৈ আছে কৰক ।।
লগতে খন কৰিবলৈ নাপাহৰিব 😊।

19/07/2022
21/02/2022

https://youtu.be/XIdT-vagRBY
https://youtu.be/XIdT-vagRBY
Ankur Gogoi , Khowang Dibrugarh
ছাত্ৰ জন খোৱাং কলেজতে অধ্যয়ন কৰি আছে | আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো । যদিহে তেওঁক উৎসাহিত কৰিব খোজিছে , সকলোৱে চাব আৰু share কৰিব 🙏 । সম্পূৰ্ণ ভিডিঅ' ওপৰ লিংকত ক্লিক কৰি চাব পাৰিব । https://youtu.be/XIdT-vagRBY

21/02/2022

://youtu.be/XIdT-vagRBY
চাওঁ আহক !!! এজন জিজ্ঞাসু ছাত্ৰ ।
অংকুৰ গগৈ . . . Ankur Gogoi
সৰুৰে পৰা Modification কৰি ভালপোৱা এজন ছাত্ৰ ।
তেওঁৰ পৰা উদ্ভাসিত হ'ব পাৰে নেকি নতুনত্ব ।
সম্পূৰ্ণ ভিডিঅ' চাবলৈ লিংকত ক্লিক কৰক
://youtu.be/XIdT-vagRBY

Address

Dibrugarh

Telephone

+918399886755

Website

Alerts

Be the first to know and let us send you an email when PUHOR posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to PUHOR:

Share