28/07/2026
পানী শুকাব, আশা আকৌ জাগিব! 🌊💚
যিমানেই দুৰ্যোগ আহক কিয়, অসমীয়াৰ মনৰ বল কেতিয়াও ভঙা নহয়। বানপানীয়ে চাৰিওফালে হাহাকাৰ আনিলেও আমাৰ মাজৰ একতা আৰু সাহসে সদায় নতুন বাট দেখুৱায়।
পানী শুকাব, বোকা ফালি আকৌ গজাব আমাৰ সেউজীয়া ধানৰ পাত। কিয়নো আমি অসমীয়া— আমি হাৰ নামানো! 🙏✨