__shoutout_assam___

22/06/2021
09/06/2021

Funny kick short girl'

08/06/2021


16/05/2021

***জোনাকী তুমি****

জোনাকী তুমি ইমান উতলুৱা

একে ঠাইতে কিয় বাৰু নৰোৱা,

পচোৱাৰ লগত মিলিব খোজা

ক’ই দুয়ো-দুয়োৰে মনৰ বতৰা,

আকাশত জিলিকা তৰাৰ দৰে

তুমিয়ো জিলিকিব খোজা

বিৰিখৰ পাতে পাতে......

দিনৰ দিনটো থকা দুবৰিত বাগৰি

গধূলী হ’লেই অহা পথাৰ উপচি

তোমাক দেখিলেই মোৰ

উভতি আহে ল’ৰালি,

তোমাৰ লগত থকা

উমলি-জামলি ।

কোৱাচোন বাৰু

আজিওঁ উমলিবানে

হাতে হাত ধৰি

তোমালৈ ৰৈ আছো

মই নিশব্দে, নিৰৱে.........

31/03/2021

Tumi aru moi

Address

Dibrugarh

Alerts

Be the first to know and let us send you an email when __shoutout_assam___ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to __shoutout_assam___:

Share