Chayanika

Chayanika Chayanika was founded in 1978 by some youths of Dibrugarh with the aim of promoting cultural interaction and dramatic activities in this region.

28/11/2024
উপস্থিত বিশিষ্ট অতিথিৰ লগতে চয়নিকা পৰিয়ালৰ সদস্য সদস্যা সকল।
02/08/2023

উপস্থিত বিশিষ্ট অতিথিৰ লগতে চয়নিকা পৰিয়ালৰ সদস্য সদস্যা সকল।

চয়নিকাৰ ৩০তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ অন্তিম নিশাৰ ২ আগষ্টৰ নগাওঁৰ মৃণাল কুমাৰ বৰাৰ পৰিচালনাৰ মাউৎ নাটৰ ক...
02/08/2023

চয়নিকাৰ ৩০তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ অন্তিম নিশাৰ ২ আগষ্টৰ নগাওঁৰ মৃণাল কুমাৰ বৰাৰ পৰিচালনাৰ মাউৎ নাটৰ কিছু দৃশ্য।

চয়নিকাৰ ৩০তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ শুভাৰম্ভণি।
02/08/2023

চয়নিকাৰ ৩০তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ শুভাৰম্ভণি।

চয়নিকাৰ ৩০তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ দ্বিতীয় নিশা ১ আগষ্টৰ নাট কলকাতাৰ কল্পন নাট্যগোষ্ঠীৰ কল্পনা বৰুৱাৰ...
02/08/2023

চয়নিকাৰ ৩০তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ দ্বিতীয় নিশা ১ আগষ্টৰ নাট কলকাতাৰ কল্পন নাট্যগোষ্ঠীৰ কল্পনা বৰুৱাৰ পৰিচালিত আত্মবৎ নাটৰ দৃশ্য।

চয়নিকাৰ ৩০ তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ প্ৰথম নিশা ৩১ জুলাইৰ নাট কোকৰাঝাৰৰ সঞ্জীৱ কুমাৰ ব্ৰহ্মৰ পৰিচালিত ব...
02/08/2023

চয়নিকাৰ ৩০ তম নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ প্ৰথম নিশা ৩১ জুলাইৰ নাট কোকৰাঝাৰৰ সঞ্জীৱ কুমাৰ ব্ৰহ্মৰ পৰিচালিত বোধিদ্রুম নাটৰ দৃশ্য।

28/07/2023

Chayanika's 30th Natasurya Phani Sharma memorial Drama Festival.

We are thrilled to announce the much-awaited Chayanika's Natasurya Phani Sharma Drama Festival to be organised from 31st July to 2nd August at Dibrugarh District Library Auditorium.

A celebration of the performing arts and creativity, showcasing the finest theatrical talents from across the nation. This year's festival promises to be an unforgettable experience, filled with captivating performances and thought-provoking storytelling.

Get ready to be mesmerized by a diverse selection of plays, ranging from regional dramas to experimental and contemporary performances.

Renowned theater groups and emerging artists will take the stage, bringing their unique styles and narratives to captivate the audience.

Event Details:

Date: 31st July , 1st and 2nd August 2023.
Time: 7 pm onwards.

Venue: Dibrugarh District Library Auditorium
Entry Free

Chayanika was founded in 1978 by some youths of Dibrugarh with the aim of promoting cultural interaction and dramatic activities in this region.

25/07/2023

স্বৰ্গীয় দেৱ কুমাৰ ভট্টাচাৰ্য্য‌ সোঁৱৰণত চয়নিকাৰ পৰিয়ালৰ উদ্যোগত ২২ জুলাই ২০২৩ তাৰিখে ডিব্ৰুগড়ত এখনি একক অভিনয় প্ৰতিযোগিতা অনুস্থিত কৰা হয়।

একক অভিনয় প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ:

১. অভিলেখ অনুভৱ নাথ
২. ঋষভ দাস
৩. সুমন দাস

বিচাৰকৰ বিশেষ বঁটা
বিপ্ৰা গোহাঁই

এই প্ৰতিযোগিতা খনিৰ বঁটা বিতৰণি চয়নিকাই প্ৰত্যেক বছৰে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰি অহা, নটসূৰ্য্য ফণী শৰ্মাৰ নাট সমাৰোহত অহা ৩১ জুলাই ২০২৩ তাৰিখে, সন্ধ্যা ৬.৪৫ বজাত ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত প্ৰদান কৰা হব।

সেয়েহে সকলো বিজয়ী প্ৰতিযোগীৰ উপস্থিতি কামনাৰ লগতে যোগদান কৰা প্ৰতিজন প্ৰতিযোগীৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।

যোগাযোগৰ ৯৯৫৭৩৬৮৭৩২

স্বৰ্গীয় বৰুণ হাজৰিকাৰ সোঁৱৰণত চয়নিকাৰ পৰিয়ালৰ উদ্যোগত  ২২ জুলাই ২০২৩ তাৰিখে ডিব্ৰুগড়ত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুস্থ...
25/07/2023

স্বৰ্গীয় বৰুণ হাজৰিকাৰ সোঁৱৰণত চয়নিকাৰ পৰিয়ালৰ উদ্যোগত ২২ জুলাই ২০২৩ তাৰিখে ডিব্ৰুগড়ত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুস্থিত কৰা হয়।

চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল সমূহ এনেধৰণৰ:

ক শাখা
১. ইনাক্ষী বৰা,
২. হৰ্ষিত চিৰিং ফুকন,
৩. মায়েচা চাদিয়া‌ ৰহমান।

খ শাখা
১. প্ৰাণকোষ ভৌমিক,
২. আৰ্চিয়া দুৱৰা,
৩. উপাসনা সোনোৱাল।

গ শাখা
১. সুপ্ৰতিক দে
২. জ্ঞানদীপ বৰগোহাঁই,
৩. ময়ূৰী দুৱৰা।

ঘ শাখা
১. তানিচা আহমেদ,
২. উদিপ্ত কুমাৰ,
৩. অনীক্ষা দত্ত।

এই প্ৰতিযোগিতা খনিৰ বঁটা বিতৰণি চয়নিকাই প্ৰত্যেক বছৰে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰি অহা, নটসূৰ্য্য ফণী শৰ্মাৰ নাট সমাৰোহত অহা ৩১ জুলাই ২০২৩ তাৰিখে, সন্ধ্যা ৬.৪৫ বজাত ডিব্ৰুগড়ৰ জিলা পুথিভঁৰালত প্ৰদান কৰা হব।

সেয়েহে সকলো বিজয়ী প্ৰতিযোগীৰ উপস্থিতি কামনাৰ লগতে যোগদান কৰা প্ৰতিজন প্ৰতিযোগীৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ।

যোগাযোগৰ ৯৯৫৭৩৬৮৭৩২

Address

Dibrugarh
786001

Website

Alerts

Be the first to know and let us send you an email when Chayanika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share