Junak Jayanta musical

Junak Jayanta musical Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Junak Jayanta musical, Dibrugarh.

25/08/2025

পৱিত্ৰ ভাদ মাহ মানেই নামঘৰৰ পৰা অহা হৰি নামৰ ধ্বনি । ভাদ মাহ মানেই মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ গুৰু দুয়োজনাৰ তিৰোভাৱ তিথি । অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মোৰ প্ৰিয় শিল্পী নিলাক্ষী নেওগ বাৰ কিছুদিনৰ পূৰ্বে মুক্তি দিয়া ভক্তিমূলক গীত " শ্যাম বনমালী" ৰ ভক্তিগীতৰ এফাঁকি গুণ গুণাই আপোনালোকৰ বাবে আগবঢ়ালো পুনৰ ধুনীয়াকৈ সংগীতৰে সজাই দিলে ককাইদেউ নীল হাজৰিকাই । কেনে পালে জনাবলৈ নাপাহৰিব দেই ।

https://youtu.be/Y_av4W14GUM?feature=shared মোৰ বন্ধুৰ প্ৰথমটো গীত সকলোয়ে শুনিব বুলি আশা কৰিলোঁ লগতে কেনেকোৱা হৈছে জনাব...
10/01/2025

https://youtu.be/Y_av4W14GUM?feature=shared
মোৰ বন্ধুৰ প্ৰথমটো গীত সকলোয়ে শুনিব বুলি আশা কৰিলোঁ লগতে কেনেকোৱা হৈছে জনাবলৈ নাপাহৰিব ধন্যবাদ 🙏🙏

AUDIO CREDITS :SONG : KANGKAN SINGER : DEBAJIT BORAH F.T NILAV NITA LYRICS & COMPOSITION : DEBAJIT BORAH ADDITIONAL COMPOSITION : NEEL HAZARIKA MUSIC : NEEL...

https://youtu.be/9gD-5sy06DY?si=SAdxgASZaM_0bg8tবহুদিনৰ অপেক্ষাৰ অন্তত বহু হেঁপাহেৰে আপোনালোকৰ বাবে আগবঢ়াই দিলো মোৰ জীৱন...
24/10/2024

https://youtu.be/9gD-5sy06DY?si=SAdxgASZaM_0bg8t
বহুদিনৰ অপেক্ষাৰ অন্তত বহু হেঁপাহেৰে আপোনালোকৰ বাবে আগবঢ়াই দিলো মোৰ জীৱনৰ *মৰমে বিচাৰি ফুৰে হিয়া এখনি* প্ৰথম ৰ্শীষক গীতটি, আশা কৰো আপোনালোকে এবাৰ শুনি অকনমান উৎসাহ দি আগুৱাই যোৱাত আমাক সহায় কৰিব । লগতে কেনে পালে জনাবলৈ নাপাহৰিব । পিছে ভাল পালে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব দেই ।
আশাৰে.. *জোনাক জয়ন্ত* 🙏

Audio Credits :Singer : Zunak Jayanta Lyrics & Tune : Pranjit PorakhMusic : Neel HazarikaFlute : Bishwajit SonowalGuitar : Bikash DuttaUkulele : Utpal Sonowa...

মোৰ জীৱনৰ প্ৰথমটি গীত আপোনালোকৰ মাজলৈ কিছুদিনৰ পাছতেই আগবঢ়াম । আশা কৰো আপোনালোকে মৰমেৰে আদৰিব ।
25/09/2024

মোৰ জীৱনৰ প্ৰথমটি গীত আপোনালোকৰ মাজলৈ কিছুদিনৰ পাছতেই আগবঢ়াম । আশা কৰো আপোনালোকে মৰমেৰে আদৰিব ।

Hii
24/08/2023

Hii

26/01/2023
♥️♥️💚💚♥️♥️
27/11/2022

♥️♥️💚💚♥️♥️

song - Tumar hukhon Tumar dukhotsinger - Madhurima Gogoi , Parthajyoti BaruahMusic /mix & master - Parthajyoti BaruahVideography - Mondeep GogoiDirection & e...

Address

Dibrugarh
785675

Alerts

Be the first to know and let us send you an email when Junak Jayanta musical posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Junak Jayanta musical:

Share