ANLEN SORA

ANLEN SORA অনলেন চৰা অথবা চৰা মিউজিক আছাম একেটা ?

24/12/2022

bo dumadi stage program

04/12/2022

plz visit our new YouTube channel *discovery of adivasi*

এক নতুন পৰিকল্পনা হাতত লৈ সদৌ অসম চাওৰা সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত জয়ন্ত চাওৰাদেৱৰ ঘৰত উপস্হিত হয় ট...
10/07/2022

এক নতুন পৰিকল্পনা হাতত লৈ সদৌ অসম চাওৰা সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত জয়ন্ত চাওৰাদেৱৰ ঘৰত উপস্হিত হয় টিংখাংৰ শ্ৰীযুত সঞ্জয় চৱৰ, ধেমাজিৰ শ্ৰীযুত হেমন্ত গোৱালা আৰু লগত তেওঁৰ দুজন বন্ধু। বিষয় বস্তু সঁচাই খুব ভাল লগা। আপোনালোকৰ ওচৰত জনাবলৈ পাই মই গৌৰব অনুভৱ কৰিছোঁ যে আগন্তুক ৩ নবেম্বৰৰ আগত আমাৰ জাতিৰ গৌৰৱ ৰাষ্ট্ৰীয় শ্বহীদ বাংকুৰু চাওৰাৰ ওপৰত এটি বোলছবি নিৰ্মাণ কৰাৰ প্ৰকল্প গ্ৰহণৰ সিদ্ধান্ত কৰে । সেয়েহে বোলছবিখনৰ নিৰ্মাণ ক্ষেত্ৰত আমি সকলোকে ক্ষমতা অনুসৰি সহায় আগবঢ়াবলৈ আহ্বান জনালোঁ।

SAWRA DANCE with FOREIGNER at Moran Tea Estate
03/07/2022

SAWRA DANCE with FOREIGNER at Moran Tea Estate

SAWRA DANCE with FOREIGNER at Moran Tea Estatespecial thanks to all Assam Sawra Samaj pathalibam primary committee, Dibakor Bennett sir ,Sanjoy da,Paban,utta...

https://youtu.be/9jEfXqRONaA
11/06/2022

https://youtu.be/9jEfXqRONaA

লুপ্তপ্ৰায় অৱস্থা থকা চাওৰাসকলৰ নীতি নিয়ম খিনি আপোনালোকৰ ওচৰত অলপমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ।

15/04/2022

Address

Dibrugarh

Telephone

+919101986940

Website

Alerts

Be the first to know and let us send you an email when ANLEN SORA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to ANLEN SORA:

Share