Dhanaj Kr Nath

Dhanaj Kr Nath Assamese vlogger

12/08/2026

আগন্তুক লোকপিয়লত Cast- "NATH YOGI" বুলি লিখক স্বজাতি ৰাইজ 🙏
সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা ✊✊✊
ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে 🙏🙏🙏

07/08/2026

সকলোৱে আশীৰ্বাদ কৰিব ৰাইজ যাতে খুব সোনকালে সুস্থ হৈ উঠিব পাৰে আৰু লগতে সকলোৱে যেন ১০টকা ২০টকা বা সামৰ্থ অনুযায়ী কিবা অলপ হ'লেও সহায়ৰ হাত আগবঢ়ায় তাৰেই কামনা কৰিলোঁ 🙏 🙏 🙏

02/08/2026

মানুহে মানুহৰ বাবে.....
চন্দন খুড়াৰ লগত অলপ,,, বানাক্ৰান্তক সহায় কৰিবলৈ অহাসকলোৰ বাবে 🙏

01/08/2026
30/07/2026

সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ ফালৰ পৰা ক্ষুদ্ৰ প্ৰয়াস, ধন্যবাদ সকলোকে 🙏🙏🙏

28/07/2026

হৰ হৰ মহাদেৱ 🔱🔱🔱
জয় গুৰু গোৰক্ষ নাথ 🔱🔱🔱
ঔঁম আদেশ আদেশ,
ইয়াৰে আপোনাক/ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, অহাকালি ইং ২৯/০৭/২০২৬(১২শাওণ) বুধবাৰ দিনা পুৰাণলাউপাৰস্থিত যোগীগুৰু গোৰক্ষনাথ মন্দিৰত গুৰুপূৰ্ণিমা উপলক্ষে গুৰুপূজাৰ আয়োজন কৰা হৈছে।
গতিকে সকলোকে অনুৰোধ জনাওঁ যে উক্ত গুৰুপূজাত উপস্থিত থাকি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাক উপকৃত কৰে যেন 🙏🙏🙏

28/07/2026

খুবেই গুৰুত্বপূৰ্ণ চাৰ্টিফিকেট " Mina Rabi Das"
যোগাযোগৰ নম্বৰ 7005623029(Tilan Nath, Puran Lawpara), যদি আপোনালোকৰ কাৰবাৰ চিনাকি হয় তেন্তে খবৰটোদি সহায় কৰিব বুলি আশা কৰিলোঁ 🙏

আৰু পাঁচ ঘণ্টা লাগিব Friends 😏         #সদৌঅসমনাথযোগীছাত্ৰসন্থা  #নাথযোগী
27/07/2026

আৰু পাঁচ ঘণ্টা লাগিব Friends 😏



#সদৌঅসমনাথযোগীছাত্ৰসন্থা
#নাথযোগী

27/07/2026

Good morning Friends....
যোৱাকালি ৰাতি ১২বজাত ধেমাজি জিলাৰ চিলাপথাৰৰ "জয়ন্তী নাথ" বাইদেউৰ ঘৰৰ পৰা বিদায় লোৱা মুহূৰ্ত !
বহুত বহুত ধন্যবাদ বাইদেউ লগতে ধেমাজি জিলা নাথ-যোগী ছাত্ৰ সন্থা 👏

Address

Dhubri

Alerts

Be the first to know and let us send you an email when Dhanaj Kr Nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to Dhanaj Kr Nath:

Shortcuts

Share