19/09/2025
মৃত্যু সঁচাকৈ আকস্মিক। এটা যুগৰ অৱসান । ভাৰতবৰ্ষ তথা এই পৃথিৱীত মানৱ সভ্যতা যেতিয়ালৈকে থাকিব সেইদিনলৈকে মহান শিল্পী জুবিন গাৰ্গ প্ৰতিজন অনুৰাগীৰ আত্মাত সজীৱ হৈ থাকিব । তেখেতৰ দৈহিক মৃত্যুত অসম তথা ভাৰতবৰ্ষৰ সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি হৈ ৰ'ল । ছিংগাপুৰত হৰ্থাতে কোটি-কোটি অনুৰাগীক অকলশৰীয়া কৰি এনেকৈ কেতিয়াও উভতি নহাৰ বাটেৰে গুচি তেঁও । তেঁও কণ্ঠ আৰু সৃষ্টি যোগে-যোগে অমৰ হৈ ৰ'ব । এজন অনুৰাগী হিচাপে তেখেতৰ আত্মাৰ চিৰশাঁন্তি কামনা কৰিলোঁ । দৈহিক জীৱনৰ ভৰষা নাই । আছে মাথো স্মৃতিৰ । জুবিন গাৰ্গ অমৰ হওঁক । তোমাৰ গানৰ হাজাৰ শ্ৰুতা অকলশৰী হ'ল । ঔঁ শাঁন্তিঃ 🙏