A for Axomiya

A for Axomiya ✪ লক্ষ্য জীৱনৰ অন্য এক যাত্ৰা ™...°♡

31/01/2026
21/10/2025

আজিহে প্ৰতিটো গানৰ অৰ্থ বুজি পাইছোঁ। প্ৰতিটো গান যে তোমাৰ নিজৰ বাবেই আছিল,● সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে...● আকা...
23/09/2025

আজিহে প্ৰতিটো গানৰ অৰ্থ বুজি পাইছোঁ। প্ৰতিটো গান যে তোমাৰ নিজৰ বাবেই আছিল,

● সাঁতুৰিব পাৰি বুলি সাগৰ জানো সাঁতোৰে...
● আকাশে গাতে ল'বৰে মন, সাগৰতলিত শুবৰে মন...
● সঁচা মিছাৰ সোঁমাজত সাঁতুৰিছো যদিও খেদি খেদি সপোনে মিঠা চুমা যাঁচে...
● সোণৰে সজোৱা পঁজা জহি খহি যায়...
● লাহে দৈ বেলি ঐ যাবই যাবৰে হ'ল...
● কলিজাৰ কাৰেং সাজি সপোনৰ সমাধি পাতি...
● উভতি চোৱা ধূলিয়ৰি বাটে ধূলি হৈ হৈ উৰিব জীৱনী...
● মোৰ কথাই আমনি কৰে নে তুমি যেতিয়া নিজানত বহা...
● মানুহৰে মনবোৰো তই কিয় নিচিনিলি,
ফুলনিৰ কাঁইটকে যে ফুল বুলি ভাবিলি...
● আৰু কিছুবেলি দেখা দিবা নেকি তোমাক চোৱাৰ বতৰ এয়া...
● ৰ'দ আজি কেনি পাওঁ...
● শিকলি ছিঙি তুমি যাবা কেনেকৈ...
● মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে...
● তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল...
● গণেশগুৰিত তোমাক দেখোঁ, চান্দমাৰীত তোমাক দেখোঁ...
● উভতিলো উকা হাতে লৈ মাথোঁ মোৰ সোঁৱৰণী...
● চকু মেলা সাৰ পোৱা মোলে চোৱা,
আকৌ এবাৰ মোৰ হোৱা কথা কোৱা...
● চেঁচা চেঁচা আঙুলি সেয়াতো নহয় তুমি...
● পাখি মেলি দিয়ে মোৰ গানে আজি...
● সোণালী হৈ থাকক তোমাৰে মোৰে সময়...
● উৰুঙা হাঁহাকাৰে মোক জোকাই ক'লেহি তুমি নাই ক'তো নাই...
● মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ...
● সপোনৰো শেষ আছে শেষ নহয় হতাশা, জ্বলি জ্বলি জ্বলে মাথোঁ হেৰুৱালোঁ ওঁঠৰ ভাষা...
● অন্ধ আকাশ ৰুদ্ধ বতাহ...
● হঠাতেই হেৰাল কেনি নো মোৰ চোতালৰে জোনাক...
● দূৰণিৰ পৰাই ৰ লাগি চাওঁ তোমাক আজি,
জানোচা তুমিও চোৱা যদি মোলৈ এবাৰ ঘূৰি...
● যোৱাই যদি যোৱা বাৰু কেতিয়াও নেমাতো দেই...
● মোৰ এই গান মোৰ উন্মেষ মোৰ এই সুৰ তোমাতেই শেষ..
● তেজ মঙহৰে মৰম নেওচি জ্বলি জ্বলি ৰ'ল মাথোঁ ছাঁই...

প্ৰতিটো গানে এতিয়াৰ পৰা তোমাৰ এই সময়ৰ কথাই ক'ব.. এতিয়াৰ পৰা গানবোৰো একে হৈ নাথাকিব দাদা.. একোৱেই একে হৈ নাথাকিব.. সেই চিতাখন আমাৰ বাবে সজোৱা চিতা.. আমাক উঠোৱা হ'ব তাত.. আজিৰ পৰা কেৱল তুমি জীয়াই থাকিবা, আমি চব মৰি থাকিম.. চব মৰি থাকিম...
✍️ কৌশিক

জুবিন গাৰ্গ এটা কেৱল নাম নহয়। অসমীয়াৰ আবেগ,অসমীয়াৰ অনুভূতি। তেখেতৰ মৃত্যুৰ খবৰ কেতিয়াবা যে এইদৰে পাম সেইয়া কেতিয়াও...
19/09/2025

জুবিন গাৰ্গ এটা কেৱল নাম নহয়। অসমীয়াৰ আবেগ,অসমীয়াৰ অনুভূতি। তেখেতৰ মৃত্যুৰ খবৰ কেতিয়াবা যে এইদৰে পাম সেইয়া কেতিয়াও কল্পনাই কৰা নাছিলো।
আপোনাৰ আত্মাই স্বৰ্গত বাস কৰক।garg

🌻আমাৰ পেজৰ পোষ্ট সমূহ পাই থাকিবলৈ পেজটো লাইক আৰু ফ'ল কৰি থব ! ❤❤official                                                ...
24/05/2025

🌻আমাৰ পেজৰ পোষ্ট সমূহ পাই থাকিবলৈ পেজটো লাইক আৰু ফ'ল কৰি থব ! ❤❤official
                                                          ♥️♥️

🔖ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে❤️
14/04/2025

🔖ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে❤️







Address

Dhemaji
DHEMAJI

Telephone

+919957989251

Website

Alerts

Be the first to know and let us send you an email when A for Axomiya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to A for Axomiya:

Share