RANLI - A cultural organisation.

RANLI - A cultural organisation. It's a registered cultural organisation. Registration No- RS/SPR/242/RFSRS/202303156 of 2023-2024

শুভ মহুৰৎ সম্পন্নৰণ্‌লীৰ নতুন নিবেদন-আমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ ৰফিকুল হুছেইনদেৱৰ জনপ্ৰিয় নাটক- "ধোঁৱা"
17/06/2026

শুভ মহুৰৎ সম্পন্ন
ৰণ্‌লীৰ নতুন নিবেদন-
আমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ ৰফিকুল হুছেইনদেৱৰ জনপ্ৰিয় নাটক- "ধোঁৱা"

*ৰণ্‌লীৰ নতুন নিবেদন*অহা জুলাই মাহত ঢেকিয়াজুলিত মঞ্চস্থ কৰা হ'বআমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ ৰফিকুল হুছেইনদেৱৰ জনপ্ৰিয় নাটক- "ধ...
16/06/2026

*ৰণ্‌লীৰ নতুন নিবেদন*
অহা জুলাই মাহত ঢেকিয়াজুলিত মঞ্চস্থ কৰা হ'ব
আমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ ৰফিকুল হুছেইনদেৱৰ জনপ্ৰিয় নাটক- "ধোঁৱা"।
সকলোৰে সহায়-সহযোগিতা কামনা কৰিলো।

ৰণ্‌লীৰ জন্মলগ্নৰেপৰা জড়িত আমাৰ সকলোৰে নমস্য ঢেকিয়াজুলি নিবাসী বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰ...
21/05/2026

ৰণ্‌লীৰ জন্মলগ্নৰেপৰা জড়িত আমাৰ সকলোৰে নমস্য ঢেকিয়াজুলি নিবাসী বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা অসম চৰকাৰৰ শিল্পী পেঞ্চনপ্ৰাপ্ত শ্ৰদ্ধাৰ শিল্পী মহেশ্বৰ শৰ্মাদেৱৰ মহাপ্ৰয়াণত ৰণ্‌লীৰ পৰিয়ালবৰ্গ‌ই জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি🙏🙏🙏🙏🙏🙏
তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো।
ওঁ শান্তি

ঢেকিয়াজুলিৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক শ্ৰদ্ধাৰ ললিত বৰুৱাদেৱৰ মহাপ্ৰয়ানত ৰণ্‌লীৰ পৰিয়ালৰ তৰফৰপৰা গভীৰ শ্ৰদ্ধাঞ্জলি...
10/02/2026

ঢেকিয়াজুলিৰ বিশিষ্ট শিক্ষাবিদ তথা সাহিত্যিক শ্ৰদ্ধাৰ ললিত বৰুৱাদেৱৰ মহাপ্ৰয়ানত ৰণ্‌লীৰ পৰিয়ালৰ তৰফৰপৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো🙏
ওঁ শান্তি

🙏🙏🙏🙏🙏
21/09/2025

🙏🙏🙏🙏🙏

26/04/2025

'ৰণ্‌লী শিল্পী বঁটা, ২০২৫'
যোৱা বৰ্ষৰ দৰেই আগন্তুক জুলাই মাহৰ ৫ তাৰিখে এইবৰ্ষ‌ও প্ৰদান কৰা হ'ব এই বঁটা। অতি সোণকালেই ঘোষণা কৰা হ'ব বঁটাপ্ৰাপ্ত শিল্পীগৰাকীৰ নাম।

আজি ঢেকিয়াজুলিৰ কৃতী শিক্ষক, শিশুবন্ধু, শুভানুধ্যায়ী প্ৰয়াত প্ৰদীপ কুমাৰ নাথদেৱৰ বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি তথা ...
13/07/2024

আজি ঢেকিয়াজুলিৰ কৃতী শিক্ষক, শিশুবন্ধু, শুভানুধ্যায়ী প্ৰয়াত প্ৰদীপ কুমাৰ নাথদেৱৰ বছৰেকীয়া আদ্যশ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি তথা স্মৃতিচাৰণ সভাত আমি ৰণ্‌লীৰ তৰফৰপৰা শ্ৰদ্ধা নিবেদিছো ।

আজিৰ অসমীয়া খবৰ কাকতৰ সাংস্কৃতিক পৃষ্ঠাত আমাৰ খবৰ...ধন্যবাদ অসমীয়া খবৰ
12/07/2024

আজিৰ অসমীয়া খবৰ কাকতৰ সাংস্কৃতিক পৃষ্ঠাত আমাৰ খবৰ...
ধন্যবাদ অসমীয়া খবৰ

আজিৰ অসমীয়া প্ৰতিদিনত আমাৰ বাতৰি...ধন্যবাদ অসমীয়া প্ৰতিদিন...
11/07/2024

আজিৰ অসমীয়া প্ৰতিদিনত আমাৰ বাতৰি...
ধন্যবাদ অসমীয়া প্ৰতিদিন...

09/07/2024

'ৰণ্‌লী শিল্পী বঁটা, ২০২৪' অনুষ্ঠানৰ কিছু দৃশ্যাংশ...

Address

Dhekiajuli
784110

Telephone

+918486765250

Website

Alerts

Be the first to know and let us send you an email when RANLI - A cultural organisation. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Establishment

Send a message to RANLI - A cultural organisation.:

Share