07/02/2024
আপোনালোকৰ আশিৰ্বাদ শিৰত লৈ মোৰ প্ৰথম প্ৰচেষ্টা Dfilmsphotographystudio ৰ বেনাৰত নিৰ্মিত Anup Baruah ৰ কথা আৰু সুৰে ৰে আৰু সিদ্ধান্ত সাগৰৰ সংগীত পৰিচালনাৰে মোৰ কণ্ঠত এটি নতুন গীত আৰু গীতোৰ video
// তই চালে এবাৰ মোলে//
অতি সোনকালে আপোনালোকৰ মাজলে আগ বঢ়াম , আপোনালোকৰ সঁহাৰি আশা কৰিলোঁ।
Poster design Dipankar Deka
Poster still Baruah
Music arrangement Sagar
Makeup Anjali Kashyap