16/08/2026
নাট গুঞ্জৰন ২০২৬
একাংকিকা নাট: আমাৰ মুস্কানে নাচিব।
শিশু নাট্যকাৰ: অৰিয়ন কুমাৰ বৰঠাকুৰ।
নাট পৰিচালক/সংগীত: অনাদি কুমাৰ বৰঠাকুৰ।
নাট্যদল: শান্তি মিলন সাংস্কৃতিক গোষ্ঠী,দেৰগাঁও
স্থান: গোলাঘাট এমেছাৰ থিয়েটাৰ চ'চাইটি প্ৰেক্ষাগৃহ । তাৰিখ: ৯ আগষ্ট ২০২৬ ।