Gogoi pankaj

Gogoi pankaj সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাওঁ আহক❤️ Always meet me well

08/02/2026

📌অধিক ধনী হলেও বিপদ হয়! গতিকে চলিব পৰা হলেই নিজক ধনী বুলি ভাবক। #শুভ অপৰাহ্ন

31/01/2026

📌📌ক্লাছত যিকেইটাই কেইবাবাৰো ফেইল কৰি খৰছি মাৰি পঢ়িলে এতিয়া সেইকেইটা পইছাই পাতিয়ে একেকোবে যোৱাবোৰতকৈ বহু ওপৰত ।

15/01/2026

📌📌হাজিৰা কৰা আৰু কাজিয়া কৰা😇সুখী দাম্পত্য জীৱনৰ বাবে দুয়োটাই গুৰুত্বপূৰ্ন❤️

15/01/2026

তুমি মই এদিন জানা ঘৰ সাজিমেই🥱 তুমিটো ঘৰ সাজিব নাজানাঃ কিহৰ ইমান ফুটনি 🤣

06/01/2026

আবেগ চটিওৱা নষ্টালজিকতাৰ ভুমিকম্পই মোকো জোকাৰে আশাৰ জখলা বগাই ঘৰৰ চালবোৰ আকৌ বান্ধো কাৰন আমাৰ হেঁপাহবোৰে পোৱালী দিবলৈ মোৰ নতুন একো নাই

 ゚viralシfypシ゚viralシ শব্দবিহীন দুৰ্গন্ধৰ জলাশয়ত মই এতিয়াও বাট চাই থাকো শুনিবলৈ নুপুৰৰ শব্দঃ তুমিয়েইটো কৈছিলা যিদিনালৈকে ম...
05/01/2026

゚viralシfypシ゚viralシ শব্দবিহীন দুৰ্গন্ধৰ জলাশয়ত মই এতিয়াও বাট চাই থাকো শুনিবলৈ নুপুৰৰ শব্দঃ তুমিয়েইটো কৈছিলা যিদিনালৈকে মোৰ ভৰিত নুপুৰৰ শব্দ শুনিবা সেইদিনালৈকে মই তোমাৰেই হৈ থাকিমঃ

05/01/2026

অস্ত বেলিয়েই মোৰ শেষ উম এতিয়া.. ধুসৰ কুঁৱলি তয়ো নিবিনাবি মোৰ চেচা শৰীৰত...

25/12/2025

২০২৫ ৰ দৰে বেয়া দিন মোৰ জীৱনলৈ আৰু নাহকঃ 🌧️💔😔

Address

Negheriting Podumoni Way
Dergaon

Website

Alerts

Be the first to know and let us send you an email when Gogoi pankaj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category