Hamanta A to Z

20/10/2024
10/12/2023

নতুন বছৰত ডিজিটেল সংৱাদ মাধ্যমত নতুনকৈ খোজ দিবলৈ আমি সাজু হৈছো
আমি ৰাইজৰ প্ৰক্ষত কাম কৰি যাম।ৰাইজৰ প্ৰতিটো সমস্যা আমি দাঙি ধৰিম সৱল ৰূপত ।চিঞৰ বাখৰে নহয়। সকলোৰে পৰা মৰম আৰ্শীৱাদ বিছাৰিছো ।
আমি আহি আছো নতুন বছৰত নতুন ৰূপত
আৰ্শীৱাদ কৰিৱ সকলোৱে

25/07/2023

News India12
নং : 17
নাম: হেমন্ত বৰা
ঠিকনা : দেৰগাঁও ; গোলাঘাট

দুৰ্গা পূজাৰ উপলক্ষে সদৌ অসম ভিক্তিত এখন ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷
আমাৰ নম্বৰ :9365867189
আপোনাৰ ফটো কপি আমাৰ নম্বাৰত পঠাব পাৰিব৷
ঘৰতে থাকি আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক ৷

*প্ৰতিযোগিতাৰ নিয়ম*

১)আমাৰ News India12 পেজখন Follow আৰু Like কৰিব লাগিব; তাৰ পৰা পাব =৫ টা ভোট লিংক 👇🏻
https://www.facebook.com/profile.php?id=100076254997647

🏆---------------
*উপহাৰ* : ১/ প্ৰথম পুৰস্কাৰ : 2000 টকা আৰু এখন মানপত্ৰ
২/ দ্বিতীয় পুৰস্কাৰ ১০০০ টকা ,এখন মানপত্ৰ
৩/ তৃতীয় পুৰস্কাৰ ৫০০ টকা ,
এখন মানপত্ৰ

(বিজয়ী তিনিগৰাকীৰ কিবা প্ৰতিভা থাকিলে আমাৰ পেজৰ জড়িয়তে প্ৰচাৰ কৰাৰ সুবিধা পাব )
-----------
_______
২) *ফটো খনত*
১ টা like ১ নম্বৰ
১ টা share ১ নম্বৰ
১ টা Comment ১ নম্বৰ
___________
৩/ সাজযোৰ মাৰ্জিত হ’ব লাগিব ।
৪/ ফটো খন উন্নত মানদণ্ডৰ হব লাগিব।
৫/ফটো খনৰ লগত নিজৰ নাম আৰু ঠিকনা পঠাব লাগিব ৷
৬/ ফটো পঠিওয়াৰ সময় ১৮ জুলাইৰ পৰা ২৫ অক্টোবৰ লৈকে ৷
৭/ নাম্বৰ প্ৰতি লক্ষৰাখি বিজয় ঘোষণা কৰা হব।
ধন্যবাদ

Address

Jorhat
Dergaon

Website

Alerts

Be the first to know and let us send you an email when Hamanta A to Z posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category