Assam live 1010

Assam live 1010 আশা করি সবাই আমার পেজটা ফলো করে পাশে থাকবেন।� ধন্যবাদ

21/08/2026
21/08/2026

আইনখনে সকলো সমান দৃষ্টিৰে চাব লাগে। আইনে যদি সুৰক্ষা আৰু গোপনীয়তা ৰক্ষা কৰি সুৰক্ষা প্ৰদান কৰি থাকে অপৰাধ কমি নাযায় বৃদ্ধিহে হৈছে।
নাৰীৰ বা পুৰুষৰ অবৈধ কাৰ্যকলাপৰ বাবে দ্ৰুতগতিত এইডছ্ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
এনেকুৱা কাৰ্যকলাপৰ লগত জড়িত আৰু এইডছ্ ৰোগীৰ গোপনীয়তা অৱলম্বন কৰাটো অনুচিত। ছোৱালীৰ মুখখন নেদেখা কৰি দিয়াৰ বাবে সকলোৱে চিনিব নোৱাৰে ফলত কাৰোবাৰ ভাল জীৱন নৰক কৰি পেলাব।
প্ৰতিজন নাৰীদেহ ব্যৱসায় কৰা আৰু এইডছ্ ৰোগী নহয় কিন্তু এনেকুৱা ধৰণৰ ব্যৱসায় কৰা ছোৱালীৰ পৰিচয় সকলোৱে জনাটো প্ৰয়োজন আছে।
আনহাতে ড্ৰাগছ সেৱনকাৰী ছোৱালীৰ মুখখন স্পষ্ট ৰূপত দেখুৱাই দিব লাগে।
কি যে মানসিকতা হৈছে,সোনকালেই সকলো অপৰাধজনিত কাৰ্য কঠোৰ ভাবে বন্ধ নকৰিলে কিছু দিনৰ পিছতে অসমত আৰু ভয়ানক পৰিস্থিতি হ'বলৈ গৈ আছে। নাৰীদেহ ব্যৱসায়, ড্ৰাগছ, হত্যা, ধৰ্ষণ ,অপহৰণ,এইডছ্ ৰোগী ভয়ানক ৰূপত বৃদ্ধি পাইছে।

20/08/2026

4NO Shyampur King Gym centre

20/08/2026

সতীৰ্থ বান্ধবীৰ প্ৰাণহানিৰ পিছতো নাই কোনো অনুশোচনা।
3দিনৰ আৰক্ষীৰ জিম্মাত য়োৰহাটৰ অন্বেষা কাণ্ডৰ 2 অভিযুক্ত
হাঁহি হাঁহি আৰক্ষী জিম্মালৈ গৈছে অভিযুক্ত
মই আৰক্ষীবোৰক অনুৰোধ কৰিলো য়ে তদন্ত কৰিলে নিশ্চয় সকলো কথা ওলাই পৰিবো।

19/08/2026

ফিৰিয়ালা বস্তিত মাল বিক্ৰীকৰিৱো য়ায় এই বৌদিক চুৰি কৰি ফটু মাৰিছিল তাৰ পিছৰ ঘটনা ৰাইজ। এনেকুৱা মানুহক কি কৰিবো লাগে ৰাইজ আপোনালোকে কমেন্ট কৰি জনাবে ৰাইজ।

18/08/2026

সুন্দৰ নাচ দেখুৱাইছে খেলৰ লগতে নিজৰ মনৰ আনন্দৰ প্ৰতিভা।

বুঢ়ীগাঁৱত অৱস্থিত ডিউ কেয়াৰ হস্পিতালৰ চিকিৎসকৰ গাফিলতীৰ বাবে শ্যামপুৰৰ ছৈয়দুৰ ৰহমান নামৰ ৬ বছৰীয়া শিশুৰ মৃত্যু হোৱা ঘটনা...
17/08/2026

বুঢ়ীগাঁৱত অৱস্থিত ডিউ কেয়াৰ হস্পিতালৰ চিকিৎসকৰ গাফিলতীৰ বাবে শ্যামপুৰৰ ছৈয়দুৰ ৰহমান নামৰ ৬ বছৰীয়া শিশুৰ মৃত্যু হোৱা ঘটনাটোত আমি উত্তৰ - পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ NEMSU ৰ দৰং জিলা সমিতিৰ ফালৰ পৰা শোক প্ৰকাশ কৰিছো । ইতিমধ্যেই পৰিয়ালৰ ফালৰ পৰা দলগাঁও থানত এখন এজেহাৰ দাখিল কৰিছে। অতিশীগ্ৰেই দোষীসকলৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনালোঁ।
Darrang Police

15/08/2026

অসমৰ ৰাইজ তাত মোৰ আহ্বান য়ে এই দুইটা মানুহৰ ভিতৰত কাৰ ভেলু বিছি আছে। ৰাইজ আপোনালোকে কমেন্ট কৰি জনাবে ৰাইজ ।

13/08/2026

পাঠা পাঠিৰ বিবাহ জীবন সুখের হোক😂😂

12/08/2026

শুভ দুপৰীয়া শুভেচ্ছা ও ভালোবাসা সকল ফেসবুক বন্ধুদের জন্য 🌿🌿

Address

Dalgaon
Darrang
784116

Website

Alerts

Be the first to know and let us send you an email when Assam live 1010 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share